বংশ গতি আৰু ক্ৰমবিকাশ||class 10 seba science solution || class 10 seba chapter 9||বংশগতি আৰু ক্ৰমবিকাশ || science seba hslc solution||bonkho goti aru kromobikakh||

বংশগতি আৰু ক্ৰমবিকাশ

পাঠভিত্তিক প্রশ্নাবলী: ১
১। যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনাে এটা প্রজাতির
জনসংখ্যাৰ “A” চাৰিত্রিক বৈশিষ্টাৰ পৰিমাণ 10% আৰু সেই একে অলংখ্যাৰ
মাজত 4g চারিত্রিক বৈশিষ্ট্যৰ পৰিমাণ ৪০% হয় তেন্তে কোনটা চাৰিত্রিক
বৈশিষ্ট্য। আগতীয়াকৈ উৎপত্তি হৈলি?

উত্তঃ
B চারিত্রিক বৈশিষ্ট্যযুক্ত প্রজাতিটোৰ। ২। এটা প্ৰজাতিসৃষ্টি হােৱা বৈসাদৃশ্যতাৰ
চৰিত্ৰবিলাকে কেনেকৈ জীৱইৰাইৰাখে?
উত্তৰ প্ৰকাৰৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্রাণীয়ে বিভিন্ন ধৰণে পদ্ধতি
প্ৰহণ কৰে। উদাহৰণস্বৰূপে বেক্টেৰিয়াই ভালদৰে বান্থি থাকিবলৈ তাপ সহ্য কৰিব
পৰা। ক্ষমত্ম অর্থাৎ তাপৰােধী ক্ষমতা লগত অভিযােজন কৰে। ফলত ই তাপৰ
সাধাৰণ পৰিৱৰ্ত্তনে ইয়াৰ জীয়াই থকাত কোনাে প্রভাৱ নেপেলায়। কিন্তু ধিবিলাক
বেক্টেৰিয়াই পৰিবেশত এই ধৰণে প্ৰকাৰণ নহয়, সেইবােৰ উষ্ণতা বৃদ্ধি হলে মৰি
যায়।


পাঠভিত্তিক প্রশ্নাবলী:২


১। মেগুেলে তেখেতৰ পৰীক্ষাৰ যােগেদিবংশানুক্রমিকভাবে প্রবাহিত
চবিরবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্রভাবী তাক কেনেকৈ নির্ণয়
কৰিছিল?
জীৱ চাৰিত্রিক বৈশিষ্ট্যবােৰ মূলতঃ দুই ধৰণৰ প্ৰভাৱী আৰু পৰাহত। এইবােৰ
দেখুৱালৈ মেগুেলে ওখ আৰু সপৰ মটৰ মাহৰ গছৰ মাজত সংকৰুণ ৰাম
চলাইছিল। সংকৰণ পৰীক্ষাত তেওঁ প্ৰথম অপত্য জুনুত (F) কেৱল ওথমটিৰ
মাহৰ কিন্তু দ্বিতীম্ন অপত্য অনুত (F) তেওঁ ওখ আৰু চাপৰ দুম্নে ধৰণৰ মটৰ
মাহৰ গছেই পাইছিল। দ্বিতীয় অপত্য অনুত পােৱা ব্যক্ত ৰূপ অনুপাত আছল 31
কাম্বৰ তালিকাৰ সহায়ত এইটো দেখুওৱা হল ।
১৷ কি কিপ্ৰকাৰে কোনাে এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ
জনসংখ্যা ক্রমাগতভাবে বাড়ি যায়?
উন্মৰঃ
এটা নির্দিষ্ট মাৰিত্রিক বৈশিষ্ট্যৰ শ্ৰীৱই বিভিন্ন ধৰপে নিজৰ বংশ বৃদ্ধি কৰে
(ক) প্রাকৃতিক নির্বাচনঃ খাদ্য আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে জীৱই পুৰণি
চৰিত্ৰৰ কিছুৰূপান্তৰ ঘটায়। যিকোনাে প্রজাতিৰ জীৱইনতুন পৰিৱেশত খাপ
খুৱাইনিজৰ বংশগতি বৃদ্ধি কৰে। ইয়াক অভিযােজন বুলিও কোৱা হয়।
(খ) জিনীয় প্রভাৱঃ কিছুমান অলপ সংখ্যক ভীয় আছে যিবােৰে জীয়াই থকা বাবে
। প্রয়ােজনীয় সুবিধা নাপালেও, কিছুমান বিশেষ অবস্থাত নিজৰ বংশ বৃদ্ধি কৰিব
পানে।
২। জীৱৰ জীৱনকালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সৃতি সস্ততিলৈ কিয়
বংশানুক্রমিক প্রবাহ ঘটে?

উত্তৰ


ইয়াৰ কাৰণ নির্বাচন। জীয়াই থাকিবলৈ ইহঁতক এটা উপযুক্ত পৰিৱেশৰ প্রয়ােজন,
যিটো জিনৰ দ্বাৰা কেৱল সম্ভৱ নহয়। ইয়াৰ বাবে জনসংখ্যা অসীম সংখ্যা। বাক্তি
বিশেষ হব লাগিব।
৩। বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো
কিয় চিন্তিত বিষয় বুলি ভাৰা?
অপ্রজননযুক্ত কলাৰ কোনাে পৰিৱৰ্তন pNA লৈ যাব নােৱাৰে। এইবাবে জীৱ
এটাই ভুগি থকা চাৰিত্রিক বৈশিষ্ট্য জীৱনকালত অবংশগতিক হয়।
পাঠভিত্তিক প্রশ্নাবলী : ৪
১। নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যােগায়?
নতুন প্রজাতিৰ সৃষ্টি তলত দিয়া উপাদানসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে
(ক) প্রাকৃতিক বানি
(খ) রুমজমৰ সংখ্যাৰ পৰিৱর্তন।
গ) সংকৰণ পৰীক্ষাত জিনৰ সাধাৰণ পৰিৱৰ্ত্তনে নতুন প্রজাতিৰ ক্ষেত্ৰত ভিন্নতা

Previous Post Next Post