Class 10 assamese MIL quetions answer || SEBA BOARD AADAMESE MEDIUM MIL || IMPORTANT QUESTION FOR CLASS 10 SEBA ||

ছাত্রজীৱন আৰু সমাজ সেৱা||প্ৰথম পাঠ দশম শ্ৰেণী||লিখক : ডিম্বৰ নেওগ||2020 অসমীয়া
পাঠভিত্তিক প্রশ্নোত্তৰ

১৷ অতি চমুকৈ উত্তৰ লিখা।
(ক) লিখকৰ মতে ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?
উত্তৰ 
কি কি কাম ঝখিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসারিক জ্বীৱনত কি উপায়েৰে কাম
কৰিলে কৃতকার্য হব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন কৰাই হ'ল ছাত্র জীৱনৰ প্রকৃত

(খ) বর্তমান প্রচলিত শিক্ষাৰ দােষ কি কি?


উত্তৰ
বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ'ল ইয়াৰ ঘাই দোষ। বর্তমান
শিক্ষা কেৱল কিলপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক
নথকা বুলিয়েই ক'ব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠাপুথিত পঢ়া দুখীয়াক
মৰম কৰিবা, আশুৰক সন্মান কৰিবা আদিৰ দৰােক্যসমূহ আওৰাইহে থয়। বাস্তৱ জীৱনত
ইয়াৰ প্ৰৰ্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ
বাক্যসমূহত অন্তর্নিহিত হৈ থকা প্রকৃত অর্থবােৰ বুজাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত
যানানসমূহৰ আকাৰ, ইজাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ ফয সামাৰ প্ৰয়। শিক্ষার্থীসকাল
পঢ়ি-শুনি কি জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বহুৰি
পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিৰ্তীয় হৈ উৰ্ত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেই
Previous Post Next Post