ব্যাখা কৰা
(ক) মৰিল মাহ কৰিবলৈও
এজন মানুহ নাই।”
উত্তৰ
সংগতিঃউদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যপুত্থি অসমীয়া সাহিত্য চয়নিকা'ৰ অগতি হৰেকৃষ্ণ
ডেঝাৰৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে। প্রসংগঃ কবিতশাৰীৰ দ্বাৰা আধুনিকতাৰ
মধুমিয়াত উটি-ভাহি আন্তৰিকতাহীন, স্বার্থপৰ হৈ পৰা মানুহবােৰৰ স্বৰূপ কবিয়ে প্রকাশ
কৰিছে। ব্যাখ্যাঃবর্তমান সময়ত আধুনিক জীৱনশৈলীৰে মানুহবােৰৰ শিক্ষা-দীক্ষা, আভিজাত্য,
সকলাে দিশৰে উত্তৰণ ঘটিছে। মানুহবােৰ দিনে দিনে অধিক ব্যস্ত হৈ পৰিছে। কিন্তু এই শিক্ষাদীক্ষা, আভিজাত্য, ব্যস্ততা আদিৰ প্রতিযােগিতাত নামি মানুহে নিজৰ মানৱীয় গুণ, সৰলতা,
আন্তৰিকত, ভাতৃত্ববােধ সকলােবােৰ হেৰুৱাই পেলাইছে। মানুহবােৰ আত্মকেন্দ্রিক হৈ পৰিছে।
বিপদে-আপদে কোনেও ফাকে সহায় কৰিবলৈ আগ বাঢ়ি নাযায়। মানৱীয় মূলাবােথৰ অৱক্ষয়
ঘটি মানুহবােৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনােবা মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি
নাযায়। বাখােয় কবিতাফাকিৰ দ্বাৰা আধুনিক মানৱৰ এনে নিদারুণ স্থিতিৰ কথাকেই কব
খুজিছে।
(খ) যখৰ পােৱালীহঁতে কাক কানে চায়।
উত্তঃ
সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকাৰ হৰেকৃষ্ণ ডেকাৰ
ৰচিত দৃশান্তিৰ কবিতাটোৰ পৰা লােৱা হৈছে। প্ৰসংলঃ যধৰ পােৱালিহঁতে কাক কোনে চায়।
ব্যাখ্যেয় কবিঅফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বষ্টিত দৃশ্যান্তৰ শীর্ষক
কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। ব্যাখ্যা ও আধুনিক জীৱনৰু নিঃসংগতাবােধৰ বিষয়ে
বুজাবলৈ গৈ বিয়ে বখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে। এগল্প বয়সে গৰকা মানুহ। ২৫
বছৰ আগেয়ে তেওঁ বাস কৰিছিল গাঁৱৰ এটা পরাত। আত্মীয়তাবােধ আৰুসৰল মৰমৰ মাজত
সুন্দৰ আৰুশাস্তিৰ জীৱন কটাইছিল তেওঁ। এতিয়া তেওঁ থাকে সাত মহলীয়া অট্টালিকাত।
গাঁৱষন এতিয়া নগৰত পৰিণত হল। মানুহ বাঢ়িল অথচ কমিল আশ্মীয়তা। নাৰ্বাঢ়িল
আন্তৰিকত, বৰং ইজনে আনজনক সন্দেহৰ চকুৰেহে চোৱা হ'ল। ফুলত এজনৰ সুখ-দুখত
বিচাৰিলেও কাকো নােপােৱা হল।সকলাে মৰমৰ আৰু বিশ্বাসৰ অভাৱী লােকাযিদৰে কৃপণৰ
যন কোনাে কামত নালাগে, একেদৰে নগৰীয়া মানুহৰ কৃত্রিম আসবাে একে মূল্য নাই।
আকৌ, যয় হল পুতি ধােৱা শুপ্ত ধন ৰখি থকা অপ-দেৱতা। সাতমহলীয়া ঘৰটোত বাস কৰা
লােকসকলেও ধন-সােণ উপার্জন কৰি ঘৰৰ দৰে ৰখি থাকিছে জানিছিল। কাৰােবাৰ বিপদ
সহায় কৰাটো দূৰৈৰে কথা, মৰিলে দাহ কৰিবলৈ যাবলৈ বা এটকা দিবলৈও তেওঁলােক অনিচ্ছুক
আছিল। ব্যাথায় কবিতাফাকিৰ মাজেৰে কবিয়ে অটুলিকাৰ বাসিন্দাসকলৰ এনে
মানসিকতাকেই প্রতিফলিত কৰিছে।
(গ) “এই কংটাটৰ হৰিখন ওক
বিচাৰি নাপালাে আৰু"।
সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা'ৰহৰেকৃষ্ণ ডেকাৰ
ৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কবিয়ে কশাৰীৰ অৰিয়তে সেউজীয়া গছ-গছনিৰ শুৰা ঠাইবােৰ ধ্বংস কৰি মানুহে
ঘৰ-দুৱাৰ সাজি কিদৰে সেউজীয়া অৰণ্যক কংক্ৰটিৰ হাবিলৈ পৰিৱৰ্তন কৰিছে তাকেই প্রকাশ
কৰিছে।
ব্যাখ্যাঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রাকৃতিক, সামাজিক পৰিৱেশ আদিও সলনি হয়।
ব্যাখ্যাঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আতিক, সামাজিক পৰিৱেশ আদিত্ত ফুলনি হয়।
এসময়ত সেউজীয়া অৰুৰে শুৰা প্রাকৃতিক পৰিৱেশত থাকিবলৈ ভালপোৱা সহজ সৰল মনৰ
মানুহবােৰে সময়ৰ লগে লগে কোন শিল-বালি ইটাৰে গঢ়ি তােলা চহৰ বুলি কোৱা কংক্রীটৰ
হাবিত বাস কৰিবলৈ আগ্ৰহী হৈ উঠিল। যিদৰে চহৰণ কংড়িীটেৰে পঢ়ি উঠিল একেদৰে
মানুহৰ মনবােৰে৭ আগৰ সহজ-সৰল কোমল ৰূপৰ সলনি কংক্রীটৰ দৰে কঠিন কঠোৰৰূপ
ধাৰণ কৰিলে। মানুহে মানুহক চিনি নােপােৱা হ'ল। ভালদৰে এটা মুহূর্ত ৰৈ কোনেও কাৰাে মনৰ
বতৰা নােলােৱা হ'ল। সেয়ে হয়তাে কবিয়ে তেওঁক ভাৰাঘৰ বিচাৰি অহা বুলি সােধা মানুহজনক
এটা মুহুৰ্তৰ পিছতে পুনৰ বিচাৰি নাপালে, তেওঁ যেন কংক্রীটৰ বিখনত লুকাই পৰিছিল।
যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পােৱা নাযায় একেদৰে কবিয়েও কংক্রীটৰ গগনচুম্বী
অট্টালিকাৰ হাবিৰ মাজত লুকাই পৰা অয়নিৰ কোমল অন্তৰৰ মানুহজনক পুনৰ বিচাৰি
নাপালে। অর্থাৎ মানৱীয়তা, আন্তৰিকতা, সৌহার্দ্যতা আদি নথকা ঠাইত মানুহে কেতিয়াও সুখত
থাকিব নােৱাৰে কংক্রাৰ অট্টালিকাৰ মাজত যেন মানুহবােৰেও মানৱীয়ত হেৰুৱাই পশু সদৃশ
হৈ পৰিছে।
या विषयक
৯। বিপৰীত শব্দ লিখা ?
কেঁচা, গধূলি, পােহৰ, শান্তি, ৰূপ।
গধূলি— পুৱা
শান্তি। – আমি
পাই = আন্ধাৰ।
প। অপ
১০| এটাকৈ সমার্থক শব্দ লিখা ?
জােন, ঘৰ, চৰা, সাহ, উভত্তি।
উত্তৰ
জোন = চন্দ্র
ঘৰ -- আরাম
চৰা = অতি বা অধিক
দাহ (পাৰা।
উভতি - উলটি
১১। নঞর্থক শব্দ গঠন কৰা
শান্তি, চিনাকি, সহায়।
প্তি = + শাস্তি = অশান্তি।
চিকি = অ + চিনাকি = অচিনাকি।
সহায় = অ + সহায় = অসহায়।
Tags
দৃশ্যান্তৰ