HSLC Translation Assamese to English:
1. HSLC - 1998
(a) তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
Ans : Yesterday your father came to our village.
(b) তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।
Ans : He was born in this village.
(c) তেখেত মোৰ দেউতাৰ বন্ধু।
Ans : He is my father's friend.
(d) তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো?
Ans : Now you live in Delhi, don't you?
(e) তুমি অসমীয়া লিখিব পাৰানে?
Ans : Can you write Assamese?
(f) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Ans : Please come to our village in the next bihu.
(g) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
Ans : The Bihu is not celebrated on the stage in our village.
(h) কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Ans : Some youths dance and sing in the field.
(i) তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।
Ans : If you come, you can enjoy the Bihu dance.
(j) তোমাক লগ পালে মই বৰ আনন্দ পাম।
Ans : If I meet you, I shall be glad.
SEBA HSLC English Grammar 2021
2. HSLC - 1999
(i) তোমাৰ চিঠিখন কালি পালো।
Ans :Yesterday I received your letter.
(ii)এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
Ans : I have written a letter to you just now.
(iii) তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?
Ans : You like writing letter, don't you?
(iv) যদি গৰমৰ বন্ধত আহা, তোমাৰ লগত শ্বিলঙলৈ যাম।
Ans : If you come in summer vacation, I will go to Shillong with you.
(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
Ans : The climate of Shillong is better than that of Guwahati.
(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
Ans : It has been raining here for some days.
(vii) বৰষুণ শস্যৰ কাৰণে ভাল।
Ans : The rain is good for the crops.
(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল।
Ans : Much crops were destroyed during this flood.
(ix) তুমি সাঁতুৰিব জানানে?
Ans : Do you know how to swim?
(x) দেউতাই কৈছিল,"সাঁতোৰা এটা ভাল অভ্যাস।"
Ans : Father said, "Swimming is a good exercise."
3. HSLC - 2000
(i) আমাৰ স্কুলত এখন খেলপথাৰ আছে।
Ans : There is a playground in our school.
(ii) আমি তাত ফুটবল খেলোঁ।
Ans : We play football there.
(iii) স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
Ans : The sports competitions of the school are held there.
(iv) যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
Ans : Last year I stood first in the 400 metre race.
(v) তোমালোকৰ স্কুলত খেলপথাৰ আছে নে?
Ans : Is there any playground in your school?
(vi) তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Ans : Which game do you like the best?
(vii) আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Ans : Now-a-days some children instead of playing watch television programmes.
(viii) আমি তেনে কৰা উচিত নহয়
Ans : We should not do like that.
(ix) জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ আহা।
Ans : Let us try to be successful in life.
(x) ভগৱানে আমাক সকলোকে সহায় কৰক।
Ans : May God help us all.
4. HSLC - 2001
(i) আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱৰ সোনকালে উঠে।
Ans : All the members of our family get up early in the morning.
(ii) যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।
Ans : I went to Shillong during the summer vacation last year.
(iii) গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
Ans : Geeta has been in America since she was 3 years old.
(iv) তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।
Ans : When you came, I was reading English.
(v) আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল।
Ans : The match had begun before we reached the field.
(vi) কালি মই চুলি কটালো।
Ans : I had my hair cut yesterday.
(vii) বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ'ল।
Ans : The tiger was killed by a hunter named Jim Corbett.
(viii) তেওঁ মোক সুধিলে, "তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে?
Ans : He said to me, "Can you swim across the river?"
(ix) তুমি অকল বুদ্ধিমানেই নহয়,পৰিশ্ৰমীও হ'ব লাগিব।
Ans : You need to be not only intelligent but also diligent.
(x) তুমি কালি লগ পোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
Ans : The man whom you met yesterday is a good musician.
5. HSLC - 2002
(i) মামুৱে পুৱাই উঠে।
Ans : Mamu gets up early in the morning.
(ii) ল'ৰাবিলাকে সাঁতুৰি আছে।
Ans : The boys are swimming.
(iii) চিকাৰীজনে বাঘটো মাৰিলে।
Ans : The hunter killed the tiger.
(iv) তেওঁলোকে ইয়াত এমাহ থাকিব।
Ans : They will stay here for a month.
(v) প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে।
Ans : Prakash Barhua has been suffering from fever since January.
(vi) তেওঁক সকলোৱে জানে।
Ans : Everybody knows him. / He is known to all.
(vii) ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
Ans : The patient had died before the doctor came.
(viii) মধুমালা আহোতে বৰষুণ দি আছিল।
Ans : It was raining when Madhumala came.
(ix) তেওঁ ইংৰাজী জানেনে?
Ans : Does he know English?
(x) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা কবা।"
Ans : The teacher said, "Always tell the truth."
6. HSLC - 2003
(i) মই এতিয়া স্কুললৈ যাম।
Ans : Now I shall go to school.
(ii) আমাৰ স্কুল ন বজাত বহে।
Ans : Our school starts at nine O'clock.
(iii) মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ।
Ans : I always reach school before the bell rings.
(iv) আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা হ'ব।
Ans : There will be held a debating competition in our school today.
(v) ময়ো তাত অংশ গ্ৰহণ কৰিম।
Ans : I shall also take part in it.
(vi) মই ইংৰাজীতে ক'ম বুলি ঠিক কৰিছোঁ।
Ans : I have decided to take part in it.
(vii) প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ক'ম।
Ans : Today I shall tell the Headmaster about this.
(viii) এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
Ans : He always encourages us in such matters.
(ix) যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
Ans : I stood first in the last year's debating competition.
(x) মোৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
Ans : My parents felt very glad.
7. HSLC - 2004
(i) আমাৰ গাওঁ খন এটা পিচপৰা অঞ্চলত।
Ans : Our village is situated in a backward area.
(ii) গাওঁখন সৰু, জনসংখ্যাও কম।
Ans : The village is small and the population also is small.
(iii) প্ৰতিবছৰে ইয়াত বানপানী হয়।
Ans : Flood occurs here every year.
(iv) গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
Ans : Majority of the people in the village are farmers and very poor.
(v) প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে।
Ans : Every year the flood does great loss to them.
(vi) আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম।
Ans : The number of educated people too is very small in our village.
(vii) ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে।
Ans : There is only one primary school here. / Here is only a primary school.
(viii) মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলো।
Ans : My sister and I too read there.
(ix) এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ।
Ans : Now we are reading in a high school.
(x) আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ
কাঢ়িব লাগে।
Ans : We have to walk a long distance
to go to school.
8. HSLC - 2005
(i) মই এজন ভাৰতীয় নাগৰিক।
Ans : I am an Indian citizen.
(ii) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Ans : India is a vast country.
(iii) অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Ans : Assam is a small province of India.
(iv) ই ভাৰতৰ পূব দিশত অৱস্থিত।
Ans : It is situated in the eastern side of India. / It is in the east of India.
(v) মোৰ অসমত জন্ম হৈছিল।
Ans : I was born in Assam.
(vi) বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
Ans : At present my residence is in Guwahati.
(vii) গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।
Ans : Guwahati is the largest city of Assam.
(viii) ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ।
Ans : I am reading in an Assmese medium school here.
(ix) মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ।
Ans : My father is the principal of our school.
(x) আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাইপৰিশ্ৰম কৰে।
Ans : Father labours hard for the development of the school.
9. HSLC - 2006
(i) আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে।
Ans : There is a playground in front of our school.
(ii) আমি মাজে সময়ে তাত খেলা-ধূলা কৰোঁ।
Ans : We play there occasionally.
(iii) শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।
Ans : The teachers inspire us to play.
(iv) আমাৰ প্ৰধান শিক্ষকে কয়, "তোমালোকে খেলত ভাগ লব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।"
Ans : Our headmaster says, "You should take part in games and sports. It is useful for health."
(v) সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।
Ans : We are allowed to play one day in a week.
(vi) মই ফুটবল অথবা ভলীবল খেলোঁ।
Ans : I play football or volleyball.
(vii) আন কিছুমানে ক্ৰিকেট খেলে।
Ans : Some others play cricket.
(viii) বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ।
Ans : We come here to play in holidays.
(ix) দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে।
Ans : A few young teachers also come to play with us.
10. HSLC - 2007
(i) আমি এখন গাঁৱত বাস কৰোঁ।
Ans : We live in a village.
(ii) গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
Ans : The village is not far from the town.
(iii) ঘৰত মোৰ মাক-দেউতা আৰু ভনী এজনী আছে।
Ans : I have in my home my parents and a sister.
(iv) দেউতাই আমাৰ নিজৰ মাটীত খেতি কৰে।
Ans : Father does cultivation in our own land.
(v) তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।
Ans : He has also kept two labours to help him.
(vi) আমাৰ লাগতীয়াল বহুতো বস্তু আমি কিনিব নালাগে।
Ans : We need not to buy many of the things essential for us.
(vii) সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়।
Ans : They are produced in our fields./Those are grown in our field.
(viii) আমাৰ এটা মাছ পোহা পুখুৰীও আছে।
Ans : We have also a fishery.
(ix)কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে।
Ans : The river Kaldia flows by our village.
(x) মাজে সময়ে আমি নৈত মাছ ধৰোঁ।
Ans : Occasionally we catch fish in the river.
11. HSLC - 2008
(i) বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়।
Ans : The sun rises in the east and sets in the west.
(ii) তোমালোক এতিয়া কি কৰি আছা?
Ans : What are you doing now?
(iii) আমি সদায় নদীৰ পাৰত ফুৰোঁ।
Ans : We always walk on the river bank.
(iv) ছোৱালীজনীয়ে গান গাই আছে।
Ans : The girl is singing.
(v) তুমি গাড়ী চলাব পাৰা নে?
Ans : Can you drive a car?
(vi) তেওঁৰ ভাগৰ লাগিছে।
Ans : He is tired.
(vii) ল'ৰাটোক বুধিয়ক যেন লাগে।
Ans : The boy seems to be intelligent.
(viii) যোৱামাহত মই তিতাবৰলৈ গৈছিলোঁ।
Ans : I went to Titabar last month.
(ix) তাত মোৰ মাক-দেউতা থাকে।
Ans : My parents live there.
(x) তেওঁলোক তাত জন্মৰ পৰাই আছে।
Ans : They have been there since they were born.
12. HSLC - 2009
আজি দেওবাৰ। আমাৰ দেউতাও ঘৰত থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম। যোৱা কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ তেখেতে ক'লে, "আৰু কোনোবা যাবনে কি?" মই কলো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাই ক'লে---"তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।
Ans : Today is Sunday. Our father also will be at home. He is a government employee. My brother and I shall go to visit the zoo today. Yesterday we sought permission from father. He said, "Will someone else go with you?" I told that no one else go with us. We two would go together. Then father said, "You cannot go like that. I shall take you by car."
13. HSLC - 2010
ৰাজীৱ আৰু মই একে শ্ৰেণীতে পঢ়োঁ।
Rajib and I read in the same class.
ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।
Rajib's father is our teacher.
তেখেতে আমাক বিজ্ঞান শিকায়।
His father teaches us Science.
আজি মই স্কুললৈ যাব পৰা নাছিলো।
Today I could not go to school.
মোৰ মাৰ অসুখ হৈছিল।
My mother was ill.
মই ডাক্তৰ মাতিবলৈ গৈছিলো।
I went to call a doctor.
আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লো।
I went to meet Rajib in the evening.
শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব
খুজিছিলো।
I wanted to know what was taught in the class.
ৰাজীৱৰ দেউতাকে মোক সুধিলে, "আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?"
Rajib's father said to me, "You haven't gone to school today, have you?
মই তেখেতক ক'লো যে মোৰ মাৰ অসুখ।
I told him that my mother was ill.
14. HSLC - 2011
ললিতা এজনী মেধাবী ছাত্ৰী।
Lalita is a meritorious student.
এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Her maternal uncle presented her an English dictionary a year ago.
তেওঁ তাইক কৈছিল -- "এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা,নহয়
নে?
He said to her, "A dictionary is a essential tool in learning a language,Isn't it?"
যদি তুমি নতুন শব্দ এটা পোৱা,অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ
শিকিবা।
If you find a new word, you look it up the dictionary and learn its meaning and usage.
অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।
He taught her how to use a dictionary.
উপহাৰটো সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে।
The present has really inspired Lalita.
তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে।
The dictionary has been her helper in her study room since then.
এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে।
Now she is reading very much for the examination.
15. HSLC - 2012
(a) সজ নাগৰিকসকল দেশ এখনৰ সম্পদ।
Ans : Good citizens are resources of a country.
(b) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰতনিৰ্ভৰ কৰে।
Ans : Development of a country depends on them.
(c) ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়।
Ans : Students life is the time for preparation.
(d) এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।
Ans : It is during this time that the students should practise the good habits.
(e) তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব।
Ans : Then only they can be good citizens in future.
(f) এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে।
Ans : Teaches may help the students in this regard.
16. HSLC - 2013
(a) গছৰ পাতবোৰ সেউজীয়া।
Ans : Leaves are green.
(b) গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।
Ans : Trees give us flower, fruit and shade.
(c) জ্ঞানী লোকে কয়, "এজোপা গছ দহজন পুতেকৰ সমান।"
Ans : Wise man says, "A tree is equal to ten sons."
(d) তুমি গছৰ যতন কৰানে?
Ans : Do you take care of tree?
(e) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবলৈ লাগিব।
Ans : We must take care of trees to keep the earth green.
(f) গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।
Ans : Trees and animals are dependent on each other.
17. HSLC - 2014
(a) অসম এখন ধুনীয়া প্ৰদেশ।
Ans : Assam is a beautiful province.
(b) ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত।
Ans : It is situated in the north eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি।
Ans : Srimanta Sankardev is the noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।
Ans : One should always love one's fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to drive a car?
(f) শিক্ষক জনে ৰমেনক কলে,"আলিবাট পাৰ হওঁতে সাৱধান হবা।"
Ans : The teacher said to Ramen, "Be careful while crossing the road."
18. HSLC - 2015
(i) মায়ে মোক সুধিছিল, "সচাঁ কথা কৈছানে?"
Ans : Mother said to me, "Are you speaking the truth?"
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : The man who came to our school I know him.
(v) মই নহালৈকে তুমি ৰ'বা।
Ans : Wait until I come.
19. HSLC - 2016
(i) এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।
Ans : This book is mine and that's yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।
Ans : Please tell him to open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a newspaper when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ'বা।
Ans : Be careful while cross the road.
20. HSLC – 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ?
Ans : How much time do you spend daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain tonight.
(v) বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়।
Ans : The old man speaks very slowly.
21. HSLC - 2018
(a) মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেকুৱা।
Ans : Lila is as intelligent as Mina.
(b) জোনে ৰাতিহে পোহৰ দিয়ে।
Ans : Moon gives light at night.
(c) তুমি কালি স্কুললৈ গৈছিলানে?
Ans : Did you go to school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his grandfather too much.
(e) ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"
Ans : Rintu said, "What a beautiful toy it is !"
22. HSLC - 2019
(a) যদুৱে মোক সুধিছিল, "ৰাজু ইংৰাজীত ভালনে?
Ans : Jadu asked me, "Is Raju good in English?"
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।
Ans : Getting up early in the morning is his habit. / It's his habit to get up early in the morning.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : One should not tell a lie.
(d) সৌ গছডাল ইমান ওখ!
Ans : How much tall the tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the table.
23.HSLC -2020
(i) আকাশত মেঘ নাছিল ৷
(ii) শিক্ষকজনে কৈছিলে , " সদায় সচা কথা কবা "
(iii) তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে ?
(iv) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে ৷
(v) মৌ খাবলৈ মিঠা ৷
(vi) মোৰ এটা কলমৰ প্ৰয়োজন ৷
Ans:
(i) There was no cloud in the sky .
(ii) The teacher said , " Always tell the truth "
(iii) Can you swim across the river ?
(iv) The promise is to be protected.
(v) Honey is sweet to eat .
(vi) I need a pen .
Translate the following sentences into English:
(a) বিপাশা এজনী বুদ্ধিমতী ছোৱালী। |
(b) যোৱা বছৰেকীয়া পৰীক্ষাত তেওঁ শ্ৰেণীত প্রথম হৈছে।
(c) বিপাশাই নাচিব আৰু গান গাবও পাৰে।
(d) বিপাশাৰ দেউতাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক৷
(e) তেখেত এজন সৰবৰহী আৰু আদৰ্শবান লোক।
Ans:
(a) Bipasha is an intelligent girl.
(b) She stood first in the class in the last annual examination.
(c) Bipasha can dance and also sing.
(d) Bipasha’s father is a professor at Gauhati University.
(e) He is a popular and ideal person.
Additional Important Assamese to English Translation for Class 10
তেওঁ ভালকৈ ইংৰাজী কয় : He speaks English well.
তাই খুব পৰিশ্ৰম কৰিব পাৰে : She can work hard.
লৰালৰিকৈ আহিব নোৱাৰানে ? Can't you come quickly ?
কালি তাই ইয়াত গান গাইছিল : Yesterday she sang here.
তুমি ক'লৈ যোৱা ? Where are you going ?
উত্তৰঃ নাই, কলৈকো নাযাওঁ : A. Nowhere.
তোমাৰ ভায়েৰাক মোৰ কৰবাত দেখা মনত আছে :
I remember having seen your brother somewhere.
প্রীতম এজন মেধাবী ছাত্র ৷
Ans- Pritom is a talented student.
তেওঁ নিয়মিতভাবে কঠোৰ পৰিশ্রম কৰে ৷
Ans- He labours hard regularly.
তেওঁৰ জীৱনৰ লক্ষ্য এইয়ে যে,তেওঁ এজন ভাল চিকিৎসক হ’ব ৷
Ans- His aim of life is that he will be a good doctor.
সফলতা এজনৰ পৰিশ্রমৰ ওপৰত নিৰ্ভৰ কৰে ৷
Ans- Success depends on one’s labour.
যদি কঠোৰ পৰিশ্রম কৰা তুমিও সফল হবা ৷
Ans- If you labour hard, you will also succeed.
তেওঁক ক'ৰবাত দেখিছিলানে ? : Did you see him anywhere ?
মই কাজিৰঙালৈ তিনিবাৰ গৈছোঁ : have been to kaziranga three times.
দেউতা কালি আহিল : Father came yesterday.
তেওঁ এতিয়া পঢ়িছে : He is reading now.
তেওঁ এতিয়াও কিতাপখন পঢ়ি শেষ কৰা নাই : He hasn’t finished the book yet.
মোৰ ভাইটো এতিয়াও স্কুলতে আছে : My brother is still at school.
তেওঁ এতিয়াও শুই আছে : He is still in bad.
তুমি এতিয়াও গা ধোৱা নাই ? haven’t you had your bath yet ?
তেওঁ সদায় সময়মতে আহাৰ খায় : He is always in the time for meals.
মই কাচিৎহে কফি খাওঁ : I seldom drink coffee.
তুমি সদায় ফুটবল খেলা, মই কিন্তু কেতিয়াবা খেলোঁ : You always play football, but I sometimes do.
তালৈ নাযাবলৈ তোমাক প্ৰায়ে কোৱা হৈছে : You have often been told not to go there.
তেওঁ মাহে দুবাৰকৈ ঘৰলৈ যায় : He goes home twice a month.
তুমি কেতিয়াবা সিংহ দেখিছানে ? have you ever seen a lion ?
ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে ৷
Ans- It has been raining since morning.
তেওঁ এইমাত্র আহি পালে ৷
Ans- He has arrived just now.
তেওঁ ইয়াত এসপ্তাহলৈ থাকিব ৷
Ans- He will stay here for a week.
তেওঁ মোক সুধিছিল, “তুমি কালি স্কুললৈ নাহিলা কিয়?”
Ans- He asked me, “Why didn’t you come to school yesterday?”
সি কেতিয়া আহিব মই নাজানো ৷
Ans- I don’t know when he would come.
অসমৰ চাহ বৰ ভাল ৷
Ans-The tea of Assam is very good.
গীতাই নিলিখেওঁ নপঢ়েওঁ ৷
Ans- Geeta neither writes nor reads.
তুমি দিল্লীৰ লালকিল্লা দেখিছানে?
Ans- Have you seen the Redfort of Delhi?
বজাৰত যোৱাৰ বাটত মই ৰবীনক লগ পাইছিলো৷
Ans- I met Robin on the way of market.
ফুটবল খেলিবলৈ মই খুব ভাল পাওঁ ৷
Ans- I like very much to play football.
Translate into English:
মায়ে মোক সুধিছিল, “সঁচা কথা কৈছানে?”
মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই!
তুমি কেতিয়াবা সিংহ দেখিছানে?
যিজন মানুহ আমাৰ ঘৰলৈ আহিছিল মই তেখেতক চিনি পাওঁ
মই নহালৈকে তুমি ৰবা।
তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো ৷
আমাৰ শ্রেণীতে মাত্র কেইজনীমানহে ছোৱালী আছে৷
মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে৷
তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ৷
মই কালি চুলি কাটিলো ৷
শিক্ষকে কৈছিল, “তুমি চাইকেল চলাব জানানে?”
তুমি দিল্লীলৈ গৈছানে ?
তাই সদায় খোজকাঢ়ি স্কুললৈ যায় ৷
Translate into English for 2022। ইংৰাজী লৈ অনুবাদ কৰা
https://assamesemedium.com/translate-into-english
Translate into English for HSLC 2022 Exam. Additional: Translate Into English for 2021. শেষ বাক্য: Translate into English for 2022.
SEBA HSLC Translation Assamese to English Translation for …
https://blog.haren.in/2018/11/hslc-english-translation-assamese-to.html
26/08/2021 · HSLC Translation Assamese to English: 1. HSLC - 1998 (a) তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল। Ans : Yesterday your father came to our village. (b) তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। Ans : He was born in this village.
Translation | Assamese to English | SEBA HSLC Class 10
Assam HSLC Routine 2022: SEBA Class 10 Exam Routine PDF …
https://polytechnicpapers.com/2021/09/assam-hslc-routine-2022.html
18/09/2021 · To download the Assam HSLC Routine 2022, you can – 1. Browse through the official website of the Board of Secondary Education, Assam 2. After that, click on the “HSLC / AHM 2022” Exam link 3. Click on “Download Schedule” 4. Click on “HSLC Exam Schedule 2022” 5. After clicking on it, your timetable will available on the screen 6.
Assam HSLC Syllabus 2022: Download SEBA Class 10 Syllabus …
https://www.entrancezone.com/admissions/assam-hslc-syllabus
02/09/2021 · Assam HSLC Syllabus 2022 will be released by the Board of Secondary Education, Assam.Probably the syllabus for session 2022 will be the same as the previous year’s syllabus. Students preparing for Assam 10th board exams should download the SEBA syllabus for class 10 pdf 2021. Assam HSLC syllabus contains the units and topics to be covered for the board exam preparation for English,
https://www.newdayclass.com/2020/11/translation-assamese-english.html
03/09/2021 · Translation | Assamese to English | SEBA HSLC Class 10 Thursday, November 05, 2020 Q. Translate into English. 1. HSLC Exam 1998. 1. তোমাৰ দেউতাৰা কালি আমাৰ গাৱলৈ আহিছিল। ...
hslc new syllabus for 2022 ||Seba Board Assam|| Translate into English for 2022। ইংৰাজী লৈ অনুবাদ কৰা
https://assamesemedium.com/translate-into-english
শেষ বাক্য: Translate into English for 2022. আজি আমি এইখিনিতে যি কেইটা Translate into English for 2022 ৰ বাবে বাক্য যোগ কৰিছোঁ তাৰ মাজৰ পৰাই HSLC 202 2 পৰীক্ষাত সুধিব বুলি আমি ধাৰণা কৰিছোঁ। সেয়ে আপোনালোকে ইয়াত উল্লেখ কৰা Translate into English for 2022 ...
HSLC Translation - Assamese to English
https://www.assamdiary.in/2020/12/hslc-assamese-to-english-translation.html
16/12/2020 · HSLC Translation - Assamese to English. Ratanlal Brahma December 16, 2020. HSLC - 2020. (i) আকাশত মেঘ নাছিল।. Ans: There was not clouds in the sky. (ii) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা ক'বা।". Ans: The teacher said, "Always speak the truth.
Assam SEBA Board Class HSLC Assamese MIL Question Papers …
https://www.hsslive.co.in/2021/09/assam-seba-board-hslc-assamese-mil...
22/09/2021 · Assam HSLC Assamese MIL Model Question Paper 2022 Download; Assam SEBA Board Class HSLC Assamese MIL Question Paper 2021 / 2020 / 2019 / 2018 / 2017. Students can download Assam Board Previous Year Question Paper Class 10th Assamese MIL PDF to understand the pattern of questions asked in the board exam. Know about the important topics to be prepared for Assam SEBA …
Assam HSLC Model Paper 2022 for English, SEBA 10th Model Paper 2022 …
https://jnanabhumiap.in/seba-10th-english-model-paper-assam-hslc...
Assam HSLC Model Paper 2022. All educational portals of the state and class teachers can provide suggested study material with small answer to long answer suggestions along multiple choice objective type MCQ question bank to all HSLC AHM paper-1, paper-2 with part-1, part-2 question bank to all Hindi , English, Assamese, Bengali, Bodo, Manipuri, Garo, Nepali Medium students.
Translation | Assamese To English | SEBA HSLC Class 10 – FullBag
https://fullbag.in/translation-assamese-to-english-seba-hslc-class-10
04/05/2021 · 5. Can you write Assamese? 6. Please come to our village during the next Bohag Bihu. 7. The Bihu is not held on stage in our village. 8. Some youths sing and dance in the field. 9. If you come, you will be able to enjoy this Bihu dance. 10. I shall be very glad to meet you. 2. HSLC Exam 1999 1. তোমাৰ চিঠিখন কালি ...
Assam HSLC Model Paper 2022, SEBA 10th Question Paper 2022 …
https://www.model-paper.com/assam-seba-hslc-model-papers
Assam HSLC Model Paper 2022, AHSEC Assam HS Model Paper 2022. Every year the Board of Secondary Education Assam (SEBA) will prepare the Assam HSLC Model Paper 2022 based on the new syllabus in textbooks given to both medium students, here we have shared subject experts of Assam and leading institution, follow the direct links to download subject wise new syllabus study material from …
HSLC exam 2021 Important Translation Assamese to English |
Assam Board Question Paper for HSLC 2022 SEBA Board Model Paper 2022 ...
https://sample-paper.in/assam-board-question-paper-for-hslc-seba-board...
Assam Board Question Paper for HSLC 2022 SEBA Board Model Paper 2022 for 10th Assamese English Medium. Assam Class 10th Sample Question Paper 2022 List is Released in Online Mode. SEBA Board Class Question Paper Details are Given Below. Assam 10th Standard Assamese, Hindi, English, Mathematics, Physics, Biology, Chemistry, Botany, Zoology, Political Science, Economics, Business …
SEBA Question Paper: SEBA HSLC Model Paper 2022, Assam …
https://jnanabhumiap.in/seba-10th-model-paper-assam-hslc-model-paper-pdf
SEBA 10th Question Paper 2022. Every Hindi, English, Assamese, Bengali, Bodo, Manipuri, Garo, Nepali medium student can download the study material with SEBA Question Paper 2022 along with suggestions for theory, Internal Assessment, Practicals, Objectives, Knowledge, Understanding, Application, Skil, Comprehension, Expression to MIL and NIC subjects conducted by SEBA Board. …
English Sample Paper class 10 Board Exam 2022 SEBA, HSLC - …
https://www.edunation19.in/2021/03/english-sample-paper-class-10-board.html
05/03/2021 · English Sample Paper class 10 Board Exam 2022 SEBA, HSLC: The most effective ways to prepare for exams is to practice taking Model Questions Papers for board exams.Here you can find a good series of Sample Paper class 10 Board Exam 2022 SEBA, HSLC. If you are appearing CBSE Board Exam, you can check these Sample Question Papers for class 10 CBSE.. Model Questions Paper
SEBA HSLC Translation Assamese to English for Class 10 English …
https://blog.haren.in/2020/01/translation-assamese-to-english-for-class-10.html
12/01/2020 · Haren January 12, 2020. Most Important SEBA HSLC Translations Assamese to English for Class 10 English Grammar. (a) আমি বেয়া সংগৰ লগ ল’ব নালাগে।. Ans : We should not keep bad company. (b) বেয়া সংগত চৰিত্ৰৰ স্থলন হয়।. Ans : Character deteriorates ...
Assam HSLC Routine 2022 - SEBA Class 10th Time Table Here
https://school.careers360.com/articles/assam-hslc-routine
17/08/2021 · Assam HSLC Exam Routine 2022 (Tentative) Exam date. Morning Shift (9:00 am to 12:00 pm) Afternoon shift (1:30 pm to 4:30 pm) March 11, 2022. English. -. March 13, 2022. Assamese.
Assam HSLC Routine 2022 | SEBA Exam Date 2022 PDF Download
https://goindiajob.in/assam-hslc-routine
09/07/2021 · The Higher Authority of the Assam Board of Secondary Education is responsible for publishing the Assam Board 10th Assam HSLC Routine 2022. Every year, a large number of students of Assam take participate in the Assam HSLC Examination. Those contenders who going to appear in the 2022 session are looking for the SEBA Board 10th Exam Routine. Candidates must download it to get …
Assam HSLC Model Paper 2022 SEBA 10th Question Paper 2022 …
https://www.modelpaper2020.in/assam-hslc-10th-model-questions-paper
Assam HSLC Syllabus 2022 Assam HSLC/AHM Hindi English Medium Syllabus 2022 SEBA 10th Class… Assam HSLC Question Paper 2022 www.sebaonline.org, Assam HSLC/AHM Sample Paper 2022 SEBA… Assam HSLC Blueprint 2022 SEBA 10th Blueprint 2022 Assam HSLC/AHM Marking Scheme 2022; SEBA 10th Question Paper 2022 English / Hindi / Assamese you May Check out Official Portals Mentioned …
SEBA Book: SEBA HSLC Books 2022, Assam 10th Textbook 2022 …
https://boardmodelpaper.com/seba-books-for-hslc-seva-books-for-10th...
Once you have reached the main website you have seen Medium wide NCERT SEBA Text Book 2022 for Assamese, English, Urdu Medium Pdf Download Links. Assam 10th Textbooks 2022 SEBA HSLC Book 2022; Name of the organization: State Council Of Educational Research And Training : Name of Exam: High School Leaving Certificate (HSLC) Name of theBooks : English, General Mathematics, MIL/ …
Model Questions Paper For Class 10 SEBA HSLC English 2022 - …
https://www.edunation19.in/2021/09/model-questions-paper-for-class-10...
06/09/2021 · Model Questions Paper For Class 10 SEBA HSLC English 2022: The most effective ways to prepare for exams is to practice taking Model Questions Papers for board exams. Here you can find a good series of Sample Paper class 10 Board Exam 2022 SEBA, HSLC.If you are appearing CBSE Board Exam, you can check these Sample Question Papers for class 10 CBSE.. 10th Model Question Paper …
SEBA Syllabus: SEBA HSLC Syllabus 2022 Assam 10th Class Syllabus 2022 ...
https://boardmodelpaper.com/seba-syllabus-for-hslc-seva-syllabus-for...
Students Assam HSLC Exam in Simple Tips Fallow for Public Exam Pass, This Website Will be Provide Assam 10th Syllabus 2022 for Assamese, Bengali, English, Hindi All Modern Language Subjects. Syllabus to Ensure Quality Education of National Standard, SEBA Decided to Adopt the NCERT Textbooks for the Subjects English, Mathematics, Science, Hindi and Computer Science, This is the Syllabus Released by …
SEBAHELP- Free notes for SEBA HSLC Class 10 - Free Notes for …
https://sebahelp.com
Sebahelp.com presents English Grammer Practice Book.This book contains Previous 25+ Years’ solved questions and 1000+ additional questions.Specially designed for SEBA H.S.L.C. 2022 – 2023. Are you interested to buy this book? CLICK HERE TO BUY THIS EBOOK.
Assam Jobs, Admit Cards, Results, Exams - AssamNew.com
https://www.assamnew.com
English To Assamese Translation : Easy Google & Microsoft Translator; SEBA HSLC Syllabus 2021-22 PDF : (Reduced 40%)10th & 9th Class; Dibrugarh University B.Ed Admission 2021-22 : B.Ed.CET Online Apply; View More Exam useful. Exam Alert. Class 9 Assamese Book Question Answer সকলো প্ৰশ্নত্তৰ নৱম শ্ৰেণীৰ ; SEBA HSLC Exam Routine 2021 : SEBA Special Exam Routine 2021;