অনুশীলনী: 1.4,Question Answer for Class 10- গণিত(ch-01)

 অনুশীলনী: 1.4

১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ পৌন:পুনিক দশমিক বিস্তৃতি থাকিৱ বৰ্ণনা কৰা:

(I) 13/3125       (ii) 17/8       (iii) 64/455         (iv) 15/1600        (v) 29/343

(vi) 23/23.52     (vii) 129/(22.57.75)          (viii) 6/15           (ix) 35/50

(x) 77/210

 

Soln:

(i) 13/3125 = 13/53 = 13/ (20 * 55)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

∴ 13/3125 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

 

(ii) 17/8 = 17 / 23 = 17 / (23.50)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

∴ 17/8 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(iii) 64/455 = 64 / (5*7*13)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 64/455 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

 

(iv) 15/1600 = 15 / (26*52)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে, 15/1600 ৰ দশমিক বিস্তৃতি সাবধি বা পৰিসমাপ্ত।

 

(v) 29/343 = 29 / 73

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 29/343 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

 

(vi) 23/(23.52)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে,  23/(23.52) ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

 

(vii) 129/(22.57.75)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 129/(22.57.75) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

 

(viii) 6/15 = 6 / (3*5)

যিহেতু, হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 129/(22.57.75) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

 

(ix) 35/50 = 35 / (21*52)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে, 35/50  ৰ দশমিক বিস্তৃতি সাবধি বা পৰিসমাপ্ত।

 

(x) 77/210 = 77 / (2*3*5*7)

যিহেতু, হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 77/210 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক ।

 

২) ওপৰৰ প্ৰশ্ন -1 অত যিবোৰ ’ৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ।

Soln:

13/3125 = 13/ 55 = (13 * 25) / (25 * 55) = 416/105 = 0.00416

 

17/8 = 17/23 = (17*53) / (23 * 53) = 2125/10= 2.125

15/1600 = 15/ (26 * 52) = (15 * 54) / (26  * 56) = 9375/106 = 0.009375

 

23/(23 * 52) = (23*5) / (23 * 53) = 115 / 103 = 0.115

 

35/50 = 35 / (2 * 52) = (35*2) / (22 * 52) = 70/102 = 0.7

 

৩) তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰে ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণ বিষয়ে কি ক’ৱ পাৰিবা।

(i) 43.123456789        (ii) 0.120120012000120000…    (iii) 43. 123456789123456789123456789…..

 

Soln:

(i) 43.123456789 = 43123456789 / 109

                           = 43123456789 / 29 * 59

∵ সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, গতিকে ই এটা পৰিমেয় সংখ্যা ।

ই p/q আৰ্হিত আছে, য’ত q = 2n * 5m আৰ্হিৰ ।

 

(ii) 0.120120012000120000…

ই এটা অপৰিমেয় সংখ্যা ।



 

(iii) 43. 123456789123456789123456789…..

ই এটা পৰিমেয় সংখ্যা । গতিকে ই p/q আৰ্হিৰ। ইয়াৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক। ইয়াত q ৰ মৌলিক উৎপাদকীকৰণটো 2n * 5m আৰ্হিৰ নহয়।

Previous Post Next Post