Showing posts with label Math. Show all posts
Showing posts with label Math. Show all posts

অনুশীলনী: 1.4,Question Answer for Class 10- গণিত(ch-01)

 অনুশীলনী: 1.4

১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ পৌন:পুনিক দশমিক বিস্তৃতি থাকিৱ বৰ্ণনা কৰা:

(I) 13/3125       (ii) 17/8       (iii) 64/455         (iv) 15/1600        (v) 29/343

(vi) 23/23.52     (vii) 129/(22.57.75)          (viii) 6/15           (ix) 35/50

(x) 77/210

Soln:

(i) 13/3125 = 13/53 = 13/ (20 * 55)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

∴ 13/3125 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(ii) 17/8 = 17 / 23 = 17 / (23.50)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

∴ 17/8 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(iii) 64/455 = 64 / (5*7*13)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 64/455 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

(iv) 15/1600 = 15 / (26*52)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে, 15/1600 ৰ দশমিক বিস্তৃতি সাবধি বা পৰিসমাপ্ত।

(v) 29/343 = 29 / 73

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 29/343 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

(vi) 23/(23.52)

ইয়াত হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে,  23/(23.52) ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(vii) 129/(22.57.75)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 129/(22.57.75) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

(viii) 6/15 = 6 / (3*5)

যিহেতু, হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 129/(22.57.75) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক হ’ৱ ।

(ix) 35/50 = 35 / (21*52)

∵ হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ ।

গতিকে, 35/50  ৰ দশমিক বিস্তৃতি সাবধি বা পৰিসমাপ্ত।

(x) 77/210 = 77 / (2*3*5*7)

যিহেতু, হৰৰ মৌলিক উৎপাদকীকৰণটো 2n.5m আৰ্হিৰ নহয় ।

গতিকে, 77/210 ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক ।

২) ওপৰৰ প্ৰশ্ন -1 অত যিবোৰ ’ৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ।

Soln:

13/3125 = 13/ 55 = (13 * 25) / (25 * 55) = 416/105 = 0.00416

17/8 = 17/23 = (17*53) / (23 * 53) = 2125/10= 2.125

15/1600 = 15/ (26 * 52) = (15 * 54) / (26  * 56) = 9375/106 = 0.009375

23/(23 * 52) = (23*5) / (23 * 53) = 115 / 103 = 0.115

35/50 = 35 / (2 * 52) = (35*2) / (22 * 52) = 70/102 = 0.7

৩) তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰে ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণ বিষয়ে কি ক’ৱ পাৰিবা।

(i) 43.123456789        (ii) 0.120120012000120000…    (iii) 43. 123456789123456789123456789…..

Soln:

(i) 43.123456789 = 43123456789 / 109

                           = 43123456789 / 29 * 59

∵ সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, গতিকে ই এটা পৰিমেয় সংখ্যা ।

ই p/q আৰ্হিত আছে, য’ত q = 2n * 5m আৰ্হিৰ ।

(ii) 0.120120012000120000…

ই এটা অপৰিমেয় সংখ্যা ।

(iii) 43. 123456789123456789123456789…..

ই এটা পৰিমেয় সংখ্যা । গতিকে ই p/q আৰ্হিৰ। ইয়াৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক। ইয়াত q ৰ মৌলিক উৎপাদকীকৰণটো 2n * 5m আৰ্হিৰ নহয়।

Share:

অনুশীলনী: 1.3,Class 10 Maths Real Numbers Exercise 1.3 Solutions in Assamese Medium,

 অনুশীলনী: 1.3

১) দেখুওৱা যে √5 অপৰিমেয় ।

Soln: যদি সম্ভৱ ধৰাহ’ল, √5 এটা পৰিমেয় সংখ্যা ।

  ∴ √5 = p ÷ q  [য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ p = √5q

⇒ p2 = 5q2

ইয়াত 5q2, 5 ৰে বিভাজ্য ।

∴ p2, 5 ৰে বিভাজ্য ।

∴ p, 5 ৰে বিভাজ্য ।

আকৌ ধৰাহ’ল,

     P = 5m, m এটা কোনোৱা অখণ্ড সংখ্যা ।

 ⇒ P2 = 25m2

⇒ 5q2 = 25m2  [∵ p2=5q2]

⇒  q2 = 5m2

ইয়াত 5m2, 5 ৰে বিভাজ্য ।

∴ q2, 5 ৰে বিভাজ্য ।

∴ q, 5 ৰে বিভাজ্য ।

দেখাগ’ল যে, p আৰু q ৰ 5 এটা সাধাৰণ উৎপাদক ।

কিন্তু আমি আৰম্ভণিতে p,q সহমৌলিক বুলি ধৰিছো । ইয়ে আমাৰ যুক্তিটোৰ বিৰুদ্ধাচৰণ কৰিছে।

গতিকে √5 এটা পৰিমেয় সংখ্যা নহয় । ই এটা অপৰিমেয় সংখ্যা ।

২) দেখুওৱা যে 3+2√5 এটা পৰিমেয় সংখ্যা ।

Soln: যদি সম্ভৱ ধৰাহ’ল, 3+2√5 এটা পৰিমেয় সংখ্যা ।

  ∴ 3+2√5 = p ÷ q  [য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ 2√5  = p/q – 3

⇒  2√5 = (p-3q)/q

⇒ √5  = (p-3q)/2q

∵ p,q অখণ্ড সংখ্যা, গতিকে (p-3q)/2q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো যে, √5 এটা অপৰিমেয় সংখ্যা ।

∴ বাওঁফাল = √5 = অপৰিমেয়

 সোঁফাল = (p-3q)/2q = পৰিমেয়

অৰ্থাৎ, বাওঁফাল(অপৰিমেয়)=সোঁফাল(পৰিমেয়); এইটো কেতিয়াওঁ সম্ভৱ নহয় ।

গতিকে, 3+2√5 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

৩) দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় :

(i) 1÷√2     (ii) 7√5            (iii) 6+√2

Soln:

(i)যদি সম্ভৱ ধৰাহ’ল, 1÷√2 এটা পৰিমেয় সংখ্যা ।

∴ 1÷√2 = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

 ⇒ √2p = q

⇒ √2 = q/p

∵ p,q অখণ্ড সংখ্যা, গতিকে p/q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো, √2 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো সম্ভৱ নহয়

∴ আমি সিদ্ধান্তত উপনীত হ’লো যে, 1/√2 এটা অপৰিমেয় সংখ্যা ।

(ii) যদি সম্ভৱ ধৰাহ’ল, 7√5 এটা পৰিমেয় সংখ্যা ।

∴ 7√5  = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ √5 = p/7q

∵ p,q অখণ্ড সংখ্যা, গতিকে p/7q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো √5 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো কেতিয়াও সম্ভৱ নহয়

গতিকে, 7√5 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

(iii) যদি সম্ভৱ ধৰাহ’ল, 6+√2 এটা পৰিমেয় সংখ্যা ।

∴ 6+√2  = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ √2 = p/q – 6

⇒ √2 = (p-6q)/q

∵ p,q অখণ্ড সংখ্যা, গতিকে (p-6q)/q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো √2 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো কেতিয়াও সম্ভৱ নহয়

গতিকে, 6+√2 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

Class 10 Maths Chapter  Real Numbers Exercise 1.3 in Assamese Medium. Real Numbers Exercise 1.3 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter  Real Numbers Exercise 1.3 in Assamese medium.

Share:

অনুশীলনী: 1.2, দশম শ্ৰেণীৰ গণিত অধ্যায় - 1 বাস্তৱ সংখ্যা অনুশীলনী 1.2 ,দশম শ্ৰেণীৰ গণিত সমাধান,দশম শ্ৰেণীৰ গণিত || অনুশীলনী 1.2 প্ৰশ্ন 2 সমাধান || বাস্তৱ সংখ্যা,Class 10 Maths Chapter Real Numbers Exercise 1.2 in Assamese Medium. Real Numbers Exercise 1.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Real Numbers Exercise 1.2 in Assamese medium.

 অনুশীলনী: 1.2, দশম শ্ৰেণীৰ গণিত    অধ্যায় - 1 বাস্তৱ সংখ্যা    অনুশীলনী 1.2 ,দশম শ্ৰেণীৰ গণিত সমাধান,দশম শ্ৰেণীৰ গণিত || অনুশীলনী 1.2 প্ৰশ্ন 2 সমাধান || বাস্তৱ সংখ্যা

 অনুশীলনী: 1.2

১) প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা:

(i) 140     (ii) 156    (iii) 3825     (iv) 5005     (v) 7429

Soln

(i) 140 ÷ 2 = 70

      70 ÷ 2 = 35

      35 ÷ 5 = 7

∴ 140 = 2*2*5*7 = 22 * 5 * 7

(ii) 156 ÷ 2 = 78

       78 ÷ 2 = 39

      39 ÷ 3 = 13

∴ 156 = 2*2*3*13 = 22*3*13

(iii) 3825 ÷ 3 = 1275

      1275 ÷ 3 = 425

        425 ÷ 5 = 85

          85 ÷ 5 = 17

∴ 3825 = 3*3*5*5*17 = 32 * 52 * 17

(iv) 5005 ÷ 5 = 1001

      1001 ÷ 7 = 143

      143 ÷ 11 = 13

∴  5005 = 5*7*11*13

২) তলৰ অখণ্ড সংখ্যা কেইযোৰৰ ল.সা.গু আৰু গ.সা.উ উলিওৱা । সত্যাপন কৰা যে  ল.সা.গু * গ.সা.উ = সংখ্যা দুটাৰ গুণফল ।

(i) 26 আৰ 91     (ii) 510 আৰু 92     (iii) 336 আৰু 54

Soln:

(i) 26 ÷ 2 = 13

    13 ÷ 1 = 13  [ এই শাৰীটো কেৱল বুজাৱলৈ হে দেখুওৱা হৈছে ]

আকৌ,

   91 ÷ 7 = 13   [13 আৰু ভাগ কৰিৱ নোৱাৰি]

∴ 26 = 2*13

    91 = 7*13

∴গ.সা.উ (26,91) = 13

ল.সা.গু (26,91) = 2*7*13 = 182

সত্যাপন:

  ল.সা.গু * গ.সা.উ = 182*13 = 2366

  সংখ্যাদুটাৰ পূৰণফল = 26*13 = 2366

∴ ল.সা.গু * গ.সা.উ = সংখ্যাদুটাৰ পূৰণফল

(ii) 510 ÷ 2 = 255

    255 ÷ 3 = 85

    85 ÷ 5 = 17

আকৌ, 92 ÷ 2 = 46

     46 ÷ 2 = 23

∴ 510 = 2*3*5*17

   92 = 22*23

∴ গ.সা.উ (510,92)= 2

  ল.সা.গু (510,92)= 22*3*5*17*23

               = 23460

সত্যাপন:

  ল.সা.গু * গ.সা.উ = 2*23460 = 46920

  সংখ্যাদুটাৰ পূৰণফল = 510*92 = 46920

∴ ল.সা.গু*গ.সা.উ = সংখ্যাদুটাৰ পূৰণফল

(iii) 336 ÷ 2 = 168

         168 ÷ 2 = 84

           84 ÷ 2 = 42

           42 ÷ 2 = 21

           21 ÷ 3 = 7

আকৌ, 54 ÷ 2 = 27

            27 ÷ 3 = 9

             9 ÷ 3 = 3

 ∴ 336 = 24 × 3 × 7

    54 = 2 × 33

∴ গ.সা.উ(336,54)= 2×3 = 6

     ল.সা.গু  (336,54) = 24×33×7 = 16×27×7 = 3024

সত্যাপন:

   ল.সা.গু×গ.সা.উ = 3024×6 = 18144

   সংখ্যাদুটাৰ পূৰণফল = 336×54 = 18144

∴ ল.সা.গু×গ.সা.উ = সংখ্যাদুটাৰ পূৰণফল

৩) মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ  ল.সা.গু আৰু গ.সা.উ উলিওৱা ।

(i) 12,15, আৰু 21    (ii) 17,23 আৰু 29    (iii) 8,9 আৰু 25

Soln:

(i) 12,15 আৰু 21

12= 2 * 2 * 3  = 22 * 3

15= 3 * 5

21 = 3 * 7

∴ গ.সা.উ (12,15,21) = 3

ল.সা.গু (12,15,21) = 22 * 3 * 5 * 7

                             = 420

(ii) 17,23 আৰু 29

গ.সা.উ (17,23,29) = 1

ল.সা.গু (17,23,29) = 17×23×29 = 11339

(iii) 8,9 আৰু 25

 8 ÷ 2 = 4

 4 ÷ 2 = 2

∴ 8 = 2×2×2 = 23

আকৌ,

 9 ÷ 3 = 3

∴ 9 = 3×3 = 32

আকৌ,

 25 ÷ 5 = 5

∴ 25 = 5×5 = 52

∴ গ.সা.উ (8,9,25) = 1

   ল.সা.গু (8,9,25) = 23×32×52 = 1800

৪) দিয়া আছে  গ.সা.উ. (306,657) = 9  ।  ল.সা.গু. (306,657)  উলিওৱা ।

Soln: আমি জানো,

  ল.সা.গু.  = সংখ্যাদুটাৰ পূৰণফল / গ.সা.উ.

                = 306 * 657 / 9

                = 201042 / 9

                = 22338

∴ ল.সা.গু (306,657) = 22338

৫) পৰীক্ষা কৰা, কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকেৰে শেষ হ’ৱ পাৰেনে নাই ।

Soln: কোনো এটা সংখ্যা ‘0’ অংকেৰে শেষ হ’ৱলৈ হ’লে সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো মৌলিক উৎপাদক হিচাপে থাকিৱ লাগিৱ ।

  কিন্তু, 6n = (2 * 3)n

ইয়াত 6n ৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো মৌলিক উৎপাদক হিচাপে নাই ।

∴ 6n সংখ্যাটো [ n ∈ N ] ‘0’ অংকেৰে শৱষ হ’ৱ নোৱাৰে ।

৬)  7 * 11 * 13 + 13  আৰু  7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা, ব্যাখ্যা কৰা।

Soln:

7 * 11 * 13 + 13

= 13 (77+1)             [যোগ চিনৰ দুয়োফালৰ পৰা 13 common লোৱা হৈছে ]

= 13 * 78

∴ 7 * 11 * 13 + 13  এটা যৌগিক সংখ্যা । কাৰণ, ইয়াৰ 1 আৰু উক্ত সংখ্যাটোৰ বাহিৰেও অন্য উৎপাদক আছে ।

7 * 6 * 5 * 4 * 3 * 2 * 1 + 5

= 5 (7*6*4*3*2*1 + 1)  [যোগ চিনৰ দুয়োফালৰ পৰা 5 common লোৱা হৈছে ]

= 5 (1008 + 1)

= 5 * 1009

∴ 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5   এটা যৌগিক সংখ্যা । কাৰণ, ইয়াৰ 1 আৰু উক্ত সংখ্যাটোৰ বাহিৰেও অন্য উৎপাদক আছে ।

৭) এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তকাৰ পথ । খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিৱলৈ ছোনিয়াৰ 18 মিনিট লাগে, য’ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট । ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে । কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিৱ?

Soln: বৃত্তকাৰ খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিৱলৈ ছোনিয়াৰ লাগে = 18 মিনিট

                                                                   আকৌ, ৰবিৰ লাগে      = 12 মিনিট

∴ 18 আৰু 12 ৰ ল.সা.গু য়েই হ’ৱ নিৰ্ণেয় সময় ।

 12 = 22 * 3

 18 = 2 * 32

∴ ল.সা.গু. (12,18) = 22 * 32

                                         = 4 * 9

                            = 36

∴ তেওঁলোকে 36 মিনিট পিছত আৰম্ভণিৰ বিন্দুটোত লগ-লাগিৱ ।

অনুশীলনী: 1.3

১) দেখুওৱা যে √5 অপৰিমেয় ।

Soln: যদি সম্ভৱ ধৰাহ’ল, √5 এটা পৰিমেয় সংখ্যা ।

  ∴ √5 = p ÷ q  [য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ p = √5q

⇒ p2 = 5q2

ইয়াত 5q2, 5 ৰে বিভাজ্য ।

∴ p2, 5 ৰে বিভাজ্য ।

∴ p, 5 ৰে বিভাজ্য ।

আকৌ ধৰাহ’ল,

     P = 5m, m এটা কোনোৱা অখণ্ড সংখ্যা ।

 ⇒ P2 = 25m2

⇒ 5q2 = 25m2  [∵ p2=5q2]

⇒  q2 = 5m2

ইয়াত 5m2, 5 ৰে বিভাজ্য ।

∴ q2, 5 ৰে বিভাজ্য ।

∴ q, 5 ৰে বিভাজ্য ।

দেখাগ’ল যে, p আৰু q ৰ 5 এটা সাধাৰণ উৎপাদক ।

কিন্তু আমি আৰম্ভণিতে p,q সহমৌলিক বুলি ধৰিছো । ইয়ে আমাৰ যুক্তিটোৰ বিৰুদ্ধাচৰণ কৰিছে।

গতিকে √5 এটা পৰিমেয় সংখ্যা নহয় । ই এটা অপৰিমেয় সংখ্যা ।

২) দেখুওৱা যে 3+2√5 এটা পৰিমেয় সংখ্যা ।

Soln: যদি সম্ভৱ ধৰাহ’ল, 3+2√5 এটা পৰিমেয় সংখ্যা ।

  ∴ 3+2√5 = p ÷ q  [য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ 2√5  = p/q – 3

⇒  2√5 = (p-3q)/q

⇒ √5  = (p-3q)/2q

∵ p,q অখণ্ড সংখ্যা, গতিকে (p-3q)/2q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো যে, √5 এটা অপৰিমেয় সংখ্যা ।

∴ বাওঁফাল = √5 = অপৰিমেয়

 সোঁফাল = (p-3q)/2q = পৰিমেয়

অৰ্থাৎ, বাওঁফাল(অপৰিমেয়)=সোঁফাল(পৰিমেয়); এইটো কেতিয়াওঁ সম্ভৱ নহয় ।

গতিকে, 3+2√5 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

৩) দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় :

(i) 1÷√2     (ii) 7√5            (iii) 6+√2

Soln:

(i)যদি সম্ভৱ ধৰাহ’ল, 1÷√2 এটা পৰিমেয় সংখ্যা ।

∴ 1÷√2 = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

 ⇒ √2p = q

⇒ √2 = q/p

∵ p,q অখণ্ড সংখ্যা, গতিকে p/q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো, √2 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো সম্ভৱ নহয়

∴ আমি সিদ্ধান্তত উপনীত হ’লো যে, 1/√2 এটা অপৰিমেয় সংখ্যা ।

(ii) যদি সম্ভৱ ধৰাহ’ল, 7√5 এটা পৰিমেয় সংখ্যা ।

∴ 7√5  = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ √5 = p/7q

∵ p,q অখণ্ড সংখ্যা, গতিকে p/7q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো √5 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো কেতিয়াও সম্ভৱ নহয়

গতিকে, 7√5 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

(iii) যদি সম্ভৱ ধৰাহ’ল, 6+√2 এটা পৰিমেয় সংখ্যা ।

∴ 6+√2  = p÷q  [ য’ত p,q অখণ্ড সংখ্যা (q≠0) লগতে p,q সহমৌলিক ]

⇒ √2 = p/q – 6

⇒ √2 = (p-6q)/q

∵ p,q অখণ্ড সংখ্যা, গতিকে (p-6q)/q এটা পৰিমেয় সংখ্যা ।

কিন্তু আমি জানো √2 এটা অপৰিমেয় সংখ্যা ।

গতিকে, বাঁওফাল (অপৰিমেয়) = সোঁফাল  (পৰিমেয়); এইটো কেতিয়াও সম্ভৱ নহয়

গতিকে, 6+√2 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যা ।

Class 10 Maths Real Numbers Exercise 1.2 Solutions in Assamese Medium,Class 10 Maths Chapter  Real Numbers Exercise 1.2 in Assamese Medium. Real Numbers Exercise 1.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter  Real Numbers Exercise 1.2 in Assamese medium.

Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM