২২হাজাৰ প্ৰথম বিভাগৰ ছাত্ৰীৰ বাবে স্কুটী দিয়াৰ কথা ঘোষণা||প্ৰজ্ঞান ভাৰতী আঁচনি|| which schooty distribute the pragyabharati scheam assam govorment ?||HS 2 nd girls student who get 1st division himanta biswa sharma distribute schooty for them|| hs 2nd year schooty scheam 2020||Educational minister of assam Announcement to distribute Schooty for 22,000 first division holder girls students||প্ৰজ্ঞান ভাৰতী আঁচনি স্কুটি কেতিয়া বিতৰণ কৰা হব

 ২২হাজাৰ প্ৰথম বিভাগৰ ছাত্ৰীৰ বাবে স্কুটী দিয়াৰ কথা ঘোষণা ।

Janata Bhawanত সংবাদমেল সম্বোধন কৰিছে মন্ত্ৰী Himanta Biswa Sarmaই । 



1/  প্ৰজ্ঞান ভাৰতী আঁচনি স্কুটি কেতিয়া বিতৰণ কৰা হব ?

ANS 

১৫অক্টোবৰৰ আগত প্ৰদান কৰা হ'ব স্কুটী



2/ প্ৰজ্ঞান ভাৰতী আঁচনি কি স্কুটি দিয়া হব ?

ANS 

এখন স্কুটীৰ দাম প্ৰায় ৫০-৫৫হাজাৰ । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই স্কুটী দিয়া হ'ব ছাত্ৰীসকলক।


দুধৰণৰ স্কুটি বিতৰণ কৰাৰ কথা কলে হিমন্ত বিশ্ব শৰ্মাই । 

যিসকলে batry চালিত স্কুটি লব বিচাৰে তেওঁ লোকে 

আবেদন পত্ৰ টোত জনাবলৈ আহ্বান জনালে শিক্ষা মন্ত্ৰী জনে । 


আৰু যিসকলে তেল চালিত স্কুটি বিচাৰে তেওঁ লোককো আৱেদন পত্ৰত জনাবলৈ কোৱা হয় |







Educational minister of assam Announcement to distribute Schooty for 22,000 first division holder girls  students.


Minister Himanta Biswa Sarma addressed a press conference at Janata Bhawan.

1 /  When will the scooters be distributed? under Pragyan Bharati Scheme

ANS

Scooties will be distribute before October 15


2 / which schooty distribute the pragyabharati scheam assam govorment ?

ANS

The price of a scooter is about 50-55 thousand. This scooter will be given to the students under the Pragyan Bharati scheme.


Himanta Bishwa Sharma talks about distributing two types of scooters.

People who want to get a battery-powered scooter they can aplly in the  form which is available in the seba official  link

And those who are looking for an oil-powered scooter they are asked to inform the  in the application form. which is in the SEBA official link

Previous Post Next Post