ই যে মাতৃ আদেশ, সন্তান-প্ৰাণ দিবলৈকে বলিদান ' - কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা

 ই যে মাতৃ আদেশ, সন্তান-প্ৰাণ দিবলৈকে বলিদান ' 

- কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা । 


উত্তৰ - গভীৰ জাতীয় চেতনাৰে কৰি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে 'ই যে অগ্নি-বীণাৰ তান' কবিতাত দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ মনোভাৱ প্ৰকাশ কৰিছে। কবিৰ মতে দেশমাতৃৰ সন্তান প্ৰতিজন মানুহৰে মাতৃভূমিৰ প্ৰতি যথেষ্ট দায়িত্ব আছে । আমাৰ জীৱনটো কেৱল মাথো হাঁহি-তামচাৰ ভাগৰ জুৰোৱা গান নহয়, জীৱনত দেশ আৰু দহৰ হৈ বহুখিনি কৰণীয় আছে । দেশ তথা দেশবাসীৰ শত অপমান, লাঞ্চনা আদি আমিয়েই আঁতৰ কৰিব লাগিব । তেতিয়া হে দেশ আৰু দহৰ সুখ-শান্ত আৰু সমৃদ্ধি দিবলৈ কষ্ট বা বিপদ দেখি কেতিয়াও থমকি ৰ'ব নালাগে। কাৰণ সুখৰ বাবে দুখ

Previous Post Next Post