Assam Direct Recruitment – 26441 Grade III & Grade IV Vacancy

 অসমৰ জৈৱবৈচিত্ৰ.. (Biodiversity of Assam)


✅ বিশ্ব ঐতিহ্য ক্ষেত্ৰ :- অসমত বৰ্তমান দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। সেয়া হ'ল-
➡️ মানস ৰাষ্ট্ৰীয় উদ্যান (1985)
➡️ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (1985)

✅ Biosphere reserve :-
➡️ মানস ৰাষ্ট্ৰীয় উদ্যান (1989)
➡️ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (1997)

✅ ব্যাঘ্ৰ প্ৰকল্প (project tiger) :-
➡️ মানস ৰাষ্ট্ৰীয় উদ্যান (1973)
➡️ নামেৰী ৰাষ্ট্ৰীয় উদ্যান (2001)
➡️ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (2007)

✅ হস্তী সংৰক্ষিত বনাঞ্চল (Elephant reserve) :- অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে।

➡️ শোণিতপুৰ হাতী সংৰক্ষিত বনাঞ্চল
➡️ দিহিং পাটকাই
➡️ কাজিৰঙা - কাৰ্বি আংলং
➡️ চিৰাং ৰিপু
➡️ ধনশিৰি লাংডিং।

🚀 Chandrayaan-3 ৰ বিষয়ে জানিবলগীয়া কিছু কথা..

🚀 14 জুলাই, 2023 তাৰিখে ISRO ই অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা Chandrayaan-3 উৎক্ষেপণ কৰে।

🚀 Chandrayaan-3 চন্দ্ৰৰ দক্ষিণ মেৰু (south pole) ত অৱতৰণ কৰিব।

🚀 Chandrayaan-3, Launch Vehicle Mark-3 (LVM-3) ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়।

🚀 Chandrayaan-3 ৰ মূল ৰকেট ইঞ্জিনটো হ'ল - CE-20 cryogenic engine.

🚀 Chandrayaan-3 ভাৰতৰ তৃতীয়টো চন্দ্ৰ মিছন। ইয়াৰ পূৰ্বে 22 অক্টোবৰ, 2008 চনত Chandrayaan-1 আৰু 22 জুলাই, 2019 চনত ভাৰতে Chandrayaan-2 মিছন প্ৰেৰণ কৰিছিল।

🚀 Chandrayaan-2 ৰ দৰেই Chandrayaan-3 টো lander আৰু rover আছে। কিন্তু নাই অৰ্বিটাৰ। Chandrayaan-3 ৰ lander ৰ নাম - বিক্ৰম আৰু rover ৰ নাম - প্ৰজ্ঞান।

🚀 Chandrayaan-3 য়ে 23 আগষ্টৰ 5:47 pm বজাত দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰাৰ পাছত ভাৰত পৃথিৱীৰ প্ৰথমখন দেশ হ'ব যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

🚀 Chandrayaan-3 মিছনৰ মূল নেতৃত্ব দিছে ঋতু শ্ৰীবাস্তৱে।

*Important points:- ISRO 1969 চনৰ 15 আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় বাংগালোৰত আছে। এছ. সোমনাথ বৰ্তমান ISRO অধ্যক্ষ।
Previous Post Next Post