ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী || Assamese Question Answer Class 10 ||ইণ্টাৰনেটৰ মিঠা তিতা ||ড° প্ৰনয়ী দত্ত || class 10 assamese mil seba || SEBA CLASS 10 assamese || ইণ্টাৰনেটতৰ ব্যৱহাৰ|| ইণ্টাৰনেটৰ বিষয়ে||ইন্টাৰনেটৰ ব্যৱহাৰ আৰু ডিজিটেল জীৱনশৈলী||ইন্টাৰনেটৰ ব্যৱহাৰ আৰু ডিজিটেল জীৱন শৈলী|| ক্লাছ 10 অসমীয়া||

1। ইণ্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।'— কথাষাৰৰ বক্তা
কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।



উত্তৰ:






প্রশ্নোত কথাষাৰৰ বা হল শ্বালা বাইদেউ।
ইণ্টাৰনেটৰ সুবিধা-অসুবিধাবা সুফল-কুফলৰ বিষয়ে কবলৈ গৈ প্রশ্নোদৃত কথাষাৰৰ
অৱতাৰণা কৰা হৈছিল। ইন্টাৰনেট সুবিধা আছে।ইয়াৰ ফলত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ
দ্বাৰা উৰৰ বাতৰি আঁৰে লাভ কৰিব পাৰি। বিভিন্ন শৈক্ষিক কার্যক্রম, নীতিশিক্ষা পাৰ পৰা
চিনেমা, চিৰযুগমীয়া পান, খেল, পৃথিৱীৰ বি৬ি প্ৰাসত থকা মানুহৰ সৈতে যােগাযােগ, বিশ্বৰ
বিভিন্ন ঠাই সম্পর্কে বিভিন্ন গুরুত্বপূর্ণ তথ্য ইত্যাদি পলকতে ইণ্টাৰনেটৰ যােগেদি পাব পাৰি।
কিন্তু সুবিধাৰ দৰেই বহু অসুবিধাও আছে। দুছিয়েল মিডিয়াৰ অত্যধিক প্রয়ােগত ব্যক্ত থাকি
আঞ্জিব প্রজন্ম কিতাপ পঢ়া আৰু (লা-ধূলাৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি এনে
মাধ্যমত পলকতে বমি খবৰ বিয়পি সাম্প্রদায়িক সংঘর্ষ পর্যন্ত সৃষ্টি হৈছে। বড়ুতে ইণ্টাৰনেট
সমৃদ্ধ ম'বাইলত ইমানেই ব্যক্ত থাকে যে বাটে পথে দুর্ঘটনার সম্মুখীন হােৱা দেখা যায়। মুঠতে
সূর্যৰ ৰশ্মিত যিদৰে প্ৰাণ ৰাশিৰ পৰা অতি বেটুনীয়া ৰশ্মি আছে আকেী সূর্যৰ পােহৰ প্ৰাণীৰ
প্রাণে৷ একেদৰে ইণ্টাৰনেটৰ সুফল-কুফল দুয়ােটাই আছে। ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে
ইয়াৰ প্ৰভাৱ।



2। ইন্টাৰনেটৰ ভিতা-মিঠা' গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা



উত্তৰ



লেখক ভ• প্রণয়ী দত্তই গুণাগধা কৰিয়েই পাঠটোৰ নাম ইণ্টাৰনেটৰ তিতা-মিঠা ৰাখিছে বুলি
কৰ পাৰি। লেখক নিজেও ইলেক্ট্রনিক মাধ্যমৰ হােৱা হেতুকে সেই মাধ্যমৰ সুবিধাঅসুবিধাদুয়ে দিশেই তেওঁৰ জ্ঞাত। সূর্যৰ পােহৰ আৰু শক্তি জীৱকূলৰ প্রাণ। আনহাতে, সূর্য
পােহৰত থকা অতি বেগুনীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ। একেদৰে, একবিংশ শতিকাত তথ্যপ্রযুক্তি ব্যাপক উত্তৰণৰ যুগত ইণ্টাৰনেটৰ প্ৰয়ােস 'অপৰিহাৰ্থ হৈ পৰিছে। ইন্টাৰনেট্টঅবিহনে -
যেন একোতেই আগবাঢ়িব নােৱাৰি। ইন্টাৰনেটে পৃথিৱীৰ সকলাে অ্যান তথা পলকতে পাব পৰা
কৰিছে। কিন্তু একে সময়তে প্রয়ােগৰ মাত্ৰাৰ আধিকাই য়ত্র-ছাত্রী তথা মানুহৰ ক্ষতি সাধন
কৰিছে। চকুৰ অসুখ, মূৰৰ বিষত ভুগিছে। সামাজিক পৰিৱেশৰ পৰা ছাত্রসমাজ দূৰলৈ
আহিছে। বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনাৰাজ্যত বিচৰণ কৰিছে। পৰিয়ালৰ পৰা বিচ্ছিন্ন
হৈছে। কর্মবিমুখতই গা কৰি উঠিছে। মুঠতে নানা সমস্যাই আগুৰি ধৰিছে। ইণ্টাৰনেটৰ
সীমাহীন সুবিধাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতি কৰা দিশসমূহে লেখকে সমান্তৰালভাৱে বিশ্লেষণ
কৰিছে। সেয়ে নিশ্চিতভাৱে ক'ব পাৰি যে পাঠটোৰ নামকৰণত লেখক সার্থক হৈছে।



3| ইন্টাৰনেটৰ অত্যধিক বাৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে
পাঠটোৰ আধাৰত বুজাই লিখা।



উত্তৰ:



ইন্টাৰনেটৰ অত্যধিক প্রয়ােগে ছাত্ৰ-ছাত্ৰীৰ জীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব
পাৰে। সমস্ত জীৱন প্ৰৱাহেই সলাই দিব পাৰে। ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ গ্ৰন্য প্রয়ােজনীয়
কথালৈ মন নিলি বেছিখিনি সময় ইন্টাৰনেটত বা হৈ থকা সততে দেখা যায়। সুচিয়েল
মিডিয়াত এনেদৰে বন্ধ হৈ থাকে যে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি যায়। ইটাৰনেট আসক্রিয়
খেলাধূলাৰ প্রতি বিগ জন্মায়। কােনাে ধৰণৰ অনুষ্ঠান-উৎসৱত ভাস লবলৈ উৎসাহ
নেদেখুৱায়। চকু আৰু মগজ্ঞ ঘথেষ্ট ক্ষতি হয়। আলােচনী, বাতৰি কাকতৰ লগতে সম্বন্ধু ছেদ
হয়।বাটে-পথে সমনীয়া বা জোষ্ঠ পথচাৰীৰ প্ৰতি গুৰুত্ব দেখুওৱাটোতাে দূৰৰে কথা, ইণ্টাৰনেট
সংলগ্ন মবাইল চাই চাই যাওঁতে পথ দুর্ঘটনাত পৰে। বহু সমস্থত ইণ্টাৰনেটত প্রচাৰিত ভুল
বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘর্ষ হােৱাও দেখা যায়। মুঠতে ইটাৰনেট আসক্তিৰ ফলত
দৈনন্দিন জীৱনৰ প্ৰয়ােজনীয় সকলাে কথাতে অমনােযােগি লক্ষ্য কৰিব পাৰি।

4|কুঁৱলীয়ে কিদৰে মাক-দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল?


উত্তৰ:



ভ্রমণলৈ যাবলৈ ওলাই কুঁৱলীৰ মাক-দেউতাকৰ কত চিন্তা কিন্তু কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত
টিকট কটা, হােটেল বন্দবস্ত কৰা, প্রয়ােজনীয় সাও-পােছাক আৰুঅনানা লাগতিয়াল সামগ্রী
কিনা ইত্যাদি কাম কৰি নিমিতে তেওঁলােকৰ সমস্যা সমাধান কৰিলে।



(চ) কুঁৱলীৰ মনটো কিয় বিষাদগ্রস্ত হৈ পৰিছিল ?


উত্তৰ 



কুঁৱলীৰ বান্ধৱী এজনীয়ে ইণ্টাৰনেটত বৰ বেছিকৈ ব্যস্ত হৈ থাকি একো কথালৈ মন নকৰা
হৈছে। সমাজৰ পৰা বিচ্ছিন্ন হােৱাৰ দৰে থাকে, ৰাইঘাটেও নীতি-নিয়ম নমনাকৈ যায়। তাই
ভায়েক পলৰৰ একেই দশা।পঢ়া-শুনালৈ পিঠি দি ভিডিঅ' গেম খেলাত ব্যস্ত থাকে। সৰুৰে
পৰাই পঢ়া-শুনাত চোকা লৰাটোৱে ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিশ্বয়ত উত্তীর্ণই হ'ব
নােৱাৰিলে। এইবােৰ কথা জানি কুঁৱলীৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল।


5| শাবানা ৰাইদেউয়ে কিহৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ উদাহৰণ
দিছিল? এইক্ষেত্ৰত কেনেদৰে সচেতন হ'বলৈ উপদেশ দিছিল?

উত্তৰ :


শাবানা বাইদেউৱে ইণ্টাৰনেটৰ ব্যৱহাৰৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ
উদাহৰণ দিছিল। তেওঁ কৈছিল যে ইণ্টাৰনেটৰ সু-প্ৰয়ােগ কৰা উচিত। তেতিয়াহে উন্নতি সৱ।
আজিৰ প্ৰজন্মইহুচিয়েল মিডিয়াৰ ব্যাপক প্রয়ােগ কৰোঁতে মনত ৰাখিব লাগিব যে তাৰ দ্বাৰা
প্রচাৰিত সকলাে বাতৰি সত্য নহয়। তদশৰি এইবােৰ ব্যৱহাৰ কৰি খাতে পঢ়া-শুনা, খেলা-ধুলা বা
চৌপাশৰ সমাজখনক স্বাতে আওকাণ নকৰে। এনেবােৰ কথাত সচেতন হবলৈকে শাবানা
বাইদেউৱে উপদেশ দিছিল।



6|আত্ম উপলব্ধিৰে ভৰি পৰা কুঁৱলীয়ে ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কেনেদৰে
সচেতন হােৱাৰ বাৰে দৃঢ়প্রতিজ্ঞ হৈছিল?
উত্তৰঃ


ইন্টাৰনেটৰ কু-প্ৰয়ােগৰ বিষয়ে গম পাই কুঁৱলীৰ আত্ম-উপলব্ধি হৈছিল। তাই মনে
মনে দৃঢ় প্রতিজ্ঞ হৈছিল যে ইণ্টাৰনেটৰ সুবিধা লবলৈ গৈ ভাই পঢ়া-শুনা, ফেলা, ধুলা বা নিজৰ
অইন দায়িত্ব আওকাণ নকৰে। অভিভাৱকৰ অনুষ্ঠতি অবিহনে কোনাে কার্যক্রম ইন্টাৰনেটত
উপভােগ নকৰে। এইবােৰত ব্যস্ত থাকি সমনীয়া বা জোষ্ঠজনৰ প্রতি গুরু দায়িত্ববােধ
অকণমানা ফাস নকৰে। -



7|কুঁৱলীয়ে কোনবােৰ অভিজ্ঞতা বর্ণনা কৰি সকলাে বন্ধু বান্ধৱীলৈ চিঠিলিযিছিল ?
উত্তৰ :


কুঁৱলীয়ে বুজি উঠিছিল যে ইণ্টাৰনেটৰ মাত্ৰাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক কোং কৰি
আনিছে। ঘৰ, আত্মীয়, সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ উপক্ৰম হৈছে। দায়িত্ববােধৰ উমান
নােপােৱা হৈছে বাবে বিশ্বাসযোগ্যতা হেৰুৱাইছে। এই সকলাে ঘূৰাই পাব পাৰি ইণ্টাৰনেটৰ সু প্রয়ােগৰ দ্বাৰা। নিজৰ সকলাে দায়িত্ব সুকলমে আৰু সময়ত যথাপােভাৱে সম্পন্ন কৰি
ইণ্টাৰনেটৰ সুবিধাবােৰ উপভােগ কৰিব পাৰি। নিজৰ এই অভিজ্ঞতা বর্ণনা কৰিয়েই কুঁৱলীয়ে
সকলাে বন্ধু বান্ধৱীলৈ চিঠি লিখিছিল।

Previous Post Next Post