New Year Wishes in Assamese With Translation
আপোনালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
Translate into Assamese: Wish you a very happy new year.
আগতীয়া নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলো বন্ধু তথা বান্ধৱী লৈ মোৰ ফালৰ পৰা আন্তৰিকতাৰে জ্ঞাপন কৰিলোঁ! অনাগত দিনত সুস্থ শৰীৰৰ কামনাৰে।
Translate into Assamese: Dear friends and family, wish you a Happy New Year! I wish for your good health.
মোৰ বন্ধু-বান্ধৱী, জেষ্ঠ্য-কনিষ্ঠ, শিক্ষাগুৰু, শুভাকাংক্ষী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকলো লৈকে ইংৰাজী নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগন্তুক বৰ্ষটো যেন সকলোৰে বাবে সুখৰ,সমদ্ধিশালী আৰু শান্তিময় হওক তাৰেই কামনা কৰিলোঁ ।
Translate into Assamese: I wish all my friends, seniors, teachers, well-wishers and dear students a Happy New Yer 2025 . I wish you all a happy, prosperous and peaceful year ahead.
সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। প্ৰতিটো দিন, প্ৰতিটো ক্ষণ সমাজৰ প্ৰগতিৰ বাবে কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশিস বিচাৰিছোঁ।
Translate into Assamese: Happy new year everyone. Seeking your blessings and support to keep on working for the society throughout the year.
Social Media Caption for Happy New Year 2025
এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক, আনন্দ ফুৰ্তিৰে ভৰা হওক, প্রত্যেক দিন সুখ শান্তিৰে ভৰা হওক, তাৰে কামনাৰে আজি এই শুভ ক্ষণত অন্তৰৰ পৰা ইংৰাজী নৱ বৰ্ষৰ হিয়াভৰা শুভেচ্ছা ও শুভ কামনা জনাইছোঁ।
নতুন বছৰত আপোনাৰ প্ৰতিটো দিন ৰঙীন হওক…
আপোনাৰ জীৱনৰ প্ৰতিটো অধ্যায় ৰঙেৰে পৰিপূৰ্ণ হওক…
সফলতা আৰু ভাগ্যই আপোনাক সদায় আগুৰি ৰাখক তাৰেই কামনাৰে…
সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা তথা শুভ কামনা জ্ঞাপন কৰিছোঁ।
সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। নতুন উদ্যম, নতুন পৰিকল্পনাৰে সকলোৰে জীৱন সোণোৱালী হৈ পৰক, তাৰ বাবে অলেখ অযুত শুভকামনা জনালোঁ
মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আশাকৰোঁ, এই নতুন বৰ্ষই আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ আৰ্থিক, শাৰীৰিক প্ৰগতিৰ লগতে জীৱনলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। তাৰেই কামনাৰে…
ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ , নৱবৰ্ষই আপোনালৈ আনক সুখ শান্তি আৰু অনাবিল আনন্দ ! আপোনাৰ কৰ্ম জীৱনৰ প্ৰতিটো দিন সফল হওঁক…… ! “ধন্যবাদ ”!
❤️❤️❤️❤️
Photos: New Year Wishes in Assamese
Here are some of the best photos that you can share on your social media account on this new year 2025.These photos can be saved and shared without any copyright.