APSC

 

Geography general knowledge

১) সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ টোৰ নাম কি ?
উঃ শুক্ৰ ।

২) পৃথিৱীৰ উপগ্ৰহ টোৰ নাম কি ?
উঃ চন্দ্ৰ ।

৩) সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম কি ?
উঃ বৃহস্পতি ।

৪) সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ টোৰ নাম কি ?
উঃ গেনিমিড ( বৃহস্পতিৰ উপগ্ৰহ) ।

৫) বতাহৰ গতিবেগ জোখা যন্ত্ৰ টোৰ নাম কি ?
উঃ এনিম'মিটাৰ ।

৬) ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ টোৰ নাম কি?
উঃ জৱহৰলাল নেহেৰু বন্দৰ ( মুম্বাই ) ।

৭) সৌৰজগতৰ আটাইতকৈ উজ্বল গ্ৰহ টোৰ নাম কি ?
উঃ শুক্ৰ ।

৮) ছিলিকা (chilika) হ্ৰদ ক'ত অৱস্থিত ?
উঃ উৰিষ্যা ।

৯) খাচী পাহাৰ কোন ৰাজ্যত অৱস্থিত ?
উঃ মেঘালয় ।

১০) চাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত ?
উঃ আফ্ৰিকা ।
Previous Post Next Post