ADRE IMPORTANT FOR ASSAM POLICE

 

Indian Polity general knowledge

১) ভাৰতৰ প্ৰথম মূখ্য ন্যায়াধীশ জনৰ নাম কি
  ক) পতঞ্জলী শাস্ত্ৰী
  খ) হীৰালাল জে কানিয়া
  গ) এচ আৰ দাস
  ঘ) চান্দ মহাজন
উঃ খ) হীৰালাল জে কানিয়া ।

২) ভাৰতীয় সংসদৰ লোক সভাৰ মুঠ আসনৰ সংখ্যা কিমান ?
  ক) ৫৩০
  খ) ৫৩৫
  গ) ৫৪০
  ঘ) ৫৪৫
উঃ   ঘ) ৫৪৫

৩) ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় টোৰ নাম কি ?
  ক) কলকাতা উচ্চ ন্যায়লয়
  খ) মাদ্ৰাছ উচ্চ ন্যায়লয়
  গ) অন্ধ্ৰ উচ্চ ন্যায়লয়
  ঘ) দিল্লী উচ্চ ন্যায়লয়
উঃ  ক) কলকাতা উচ্চ ন্যায়লয়

৪) লোক সভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নূন্যতম বয়স কিমান হ'ব লাগিব ?
  ক) ১৮
  খ) ২৫
  গ) ৩০
  ঘ) ৩৫
উঃ খ) ২৫

৫) 'ভোটদানৰ অধিকাৰ' কোন প্ৰকাৰৰ অধিকাৰ?
  ক) মৌলিক অধিকাৰ
  খ) বৈধ অধিকাৰ
  গ) সাংবিধানিক অধিকাৰ
  ঘ) প্ৰাকৃতিক অধিকাৰ
উঃ  গ) সাংবিধানিক অধিকাৰ

৬) কিমান চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিল ?
  ক) ১৯৪৮
  খ) ১৯৫৬
  গ) ১৯৭৬
  ঘ) ১৯৭৮
উঃ   গ) ১৯৭৬

৭) ভাৰতৰ প্ৰথম মূখ্য নিৰ্বাচন অধিকাৰী কোন আছিল ?
  ক) সুকুমাৰ সেন
  খ) ভি এচ ৰামাদেৱী
  গ) টি এন শেসন
  ঘ) কল্যান সুন্দৰম
উঃ ক) সুকুমাৰ সেন

৮) ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা তুলি অনা হৈছে ?
  ক) ইংলেণ্ড
  খ) জাৰ্মানী
  গ) আমেৰিকা
  ঘ) ফ্ৰাঞ্চ
উঃ  গ) আমেৰিকা

৯) কোনখন ৰাজ্যত প্ৰথমে ভোটদানৰ বাবে EVM (Electronic voting machine) ব্যৱহাৰ কৰা হৈছিল ?
  ক) গুজৰাট
  খ) মহাৰাষ্ট্ৰ
  গ) তামিলনাডু
  ঘ) কেৰেলা
উঃ ঘ) কেৰেলা

১০) ভাৰতীয় সংসদৰ ৰাজ্য সভাৰ মুঠ আসনৰ সংখ্যা কিমান ?
  ক) ২৪০
  খ) ২৪৫
  গ) ২৫০
  ঘ) ২৫৫
উঃ গ) ২৫০
Previous Post Next Post