Varman Dynasty MCQs, Quizzes, and PDFs for Assam Direct Recruitment 2022|| Varman Dynasty - Assam History - Explained in Assamese - বৰ্মন বংশ

বৰ্মন বংশ

Varman Dynasty - Assam History - Explained in Assamese - বৰ্মন বংশ

Varman Dynasty MCQs, Quizzes, and PDFs for Assam Direct Recruitment 2022





বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল?

A. ৰাজ্যমতী
B. ভানুমতী
C. অমৃতপ্ৰভা
D. ইন্দুমতী

ANS: অমৃতপ্ৰভা


বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল?

A. নৰনাৰায়ণ
B. ৰুদ্ৰসিংহ
C. শিৱসিংহ
D. কুমাৰ ভাস্কৰ বৰ্মন

ANS: কুমাৰ ভাস্কৰ বৰ্মন


কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?

A. চুকাফা
B. শিৱসিংহ
C. চুহুংমুহুং
D. কুমাৰ ভাস্কৰ বৰ্মন

ANS: কুমাৰ ভাস্কৰ বৰ্মন


প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়?

A. বৰ্মন বংশ
B. আহোম বংশ
C. বড়ো বংশ
D. ৰাভা বংশ

ANS: বৰ্মন বংশ


কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

A. পুষ্য বৰ্মণ
B. সমুদ্ৰ বৰ্মণ
C. বলবৰ্মণ
D. ভাস্কৰ বৰ্মণ

ANS: পুষ্য বৰ্মণ


কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?

A. শশাংক
B. হংসবেগ
C. গ্ৰহবৰ্মণ
D. দেৱগুপ্ত

ANS: হংসবেগ


গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?

A. প্ৰাগজৌতিষপুৰ
B. কামৰূপ নগৰ
C. কৰ্ণসুবৰ্ণ
D. কমতাপুৰ

ANS: কৰ্ণসুবৰ্ণ


Subscribe On YouTube

Previous Post Next Post