Grade 4 Memory base questions paper 2022 Exam

 

Grade 4 Memory base questions paper 2022 Exam


প্ৰশ্ন. অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত?

উত্তৰ: গুৱাহাটী

প্ৰশ্ন. নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত?

উত্তৰ: আহমেদাবাদ, গুজৰাট

প্ৰশ্ন. অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন?

উত্তৰ: অসম মেডিকেল কলেজ, ডিব্ৰুগড়

প্ৰশ্ন. জিম্বাবুৱেৰ ৰাজধানী কি?

উত্তৰ: হাৰাৰে

প্ৰশ্ন. আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নাম কি?

উত্তৰ: ডুৰাণ্ড লাইন

প্ৰশ্ন. আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল?

উত্তৰ: পুৰন্দৰ সিংহ

প্ৰশ্ন. শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰ: ৰতন টাটা

প্ৰশ্ন. UAE মুদ্ৰা নাম কি?

উত্তৰ: ডিৰহাম

প্ৰশ্ন. অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন?

উত্তৰ: বিষ্ণুৰাম মেধি

প্ৰশ্ন. বাণ থিয়েটাৰ ক'ত অৱস্থিত?

উত্তৰ: তেজপুৰ

প্ৰশ্ন. বাংলাদেশৰ মুদ্ৰা নাম কি?

উত্তৰ: টাকা

প্ৰশ্ন. থাইলেণ্ডৰ ৰাজধানী কি?

উত্তৰ: বেংকক

প্ৰশ্ন. শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জৰিত?

উত্তৰ: 21(A)

প্ৰশ্ন. ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?

উত্তৰ: ৰাকেশ শৰ্মা

প্ৰশ্ন. প্ৰথম অসমীয়া IAS কোন?

উত্তৰ: আনন্দৰাম বৰুৱা

প্ৰশ্ন. 8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়?

উত্তৰ: ৰেডক্ৰচ দিৱস

প্ৰশ্ন. ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত?

উত্তৰ: কলকাতা

প্ৰশ্ন. নীতি আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ: প্ৰধানমন্ত্ৰী

প্ৰশ্ন. ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়?

উত্তৰ: 1982 চনত

প্ৰশ্ন. পৃথিৱীৰ বৃহত্তম নদী কোনখন?

উত্তৰ: আমাজন

প্ৰশ্ন. অ' মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ: বাঁহী

প্ৰশ্ন. অসমৰ লৌহ মানৱ কোন?

উত্তৰ: বিষ্ণুৰাম মেধি

প্ৰশ্ন. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ: আৰ্যভট্ট

প্ৰশ্ন. হিমা দাস কোনটো খেলৰ লগত জৰিত?

উত্তৰ: এথলেটিকচ

প্ৰশ্ন. No ball কোনটো খেলত ব্যৱহাৰ কৰা হয়?

উত্তৰ: ক্ৰিকেট

প্ৰশ্ন. কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল?

উত্তৰ: ভাৰত ত্যাগ আন্দোলন

প্ৰশ্ন. কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই?

উত্তৰ: যুক্তৰাষ্ট্ৰ

প্ৰশ্ন. North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ: মেঘালয়

প্ৰশ্ন. LAD ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ: Local Area Development

প্ৰশ্ন. ইবন বটোতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?

উত্তৰ: মহম্মদ বিন টুঘলক
Previous Post Next Post