অসমীয়া ভাষাত বিজ্ঞান GK - 101+Assamese Science general knowledge

 

অসমীয়া ভাষাত বিজ্ঞান GK - 101+Assamese Science general knowledge



১। ছ'ডিয়াম পানীতকৈ পাতল নে গধুৰ ? |

উত্তৰ:  পাতল। 


২। পদার্থবিজ্ঞানত ১৯৮৩ চনত নােবেল বঁটা লাভ কৰা ভাৰতীয় বিজ্ঞানীগৰাকীৰ

নাম কি ? 

উত্তৰ:  সুব্রমনিয়াম চন্দ্রশেখৰ (১৯৮৩)। এওঁ জন্মসূত্রে ভাৰতীয় যদিও আমেৰিকাৰ নাগৰিক আছিল। 


৩।পৃথিৱীৰ ঘনত্বৰ ওজন কিমান ?

উত্তৰ:  প্রতি চি. চি. ত ৩৫.৫ গ্রাম। 


৪৷ শুকান বৰফ কি ? 

উত্তৰ:  কঠিন কার্বন-ডাই অক্সাইড হ’ল শুকান বৰফ। |


৫। কি কি ধাতু যােগৰ ফলত পিতল আৰুব্রঞ্জ তৈয়াৰ হয় ?

উত্তৰ:  তাম + দস্তা = পিতল ।

তাম + টিন = ব্রঞ্জ । | 


৬।কোন ধাতুৰ গলনাংক আটাইতকৈ বেছি ?

উত্তৰ:  টাংষ্টেন। গলনাংক ৩৪১° চেন্টিগ্রেড। 


৭৷ নিউট্রন কি ?

উত্তৰ:  নিউট্রন ধনাত্মক আৰু ঋণাত্মক আধানবিহীন প্রশম কণিকা। ১৯৩২ চনত জেমছ।


৮/ ছেডউইকে এইবিধ কণিকা আৱিস্কাৰ কৰিছিল। কোন পদাৰ্থৰ পৰমাণুত নিউট্রন নাথাকে ?

উত্তৰ:  হাইড্রজেন পৰমাণুত নিউট্রন নাথাকে।।


 ৯। হাইগ্ৰমিটাৰ কি ?

উত্তৰ:  বতাহৰ আদ্রতা পৰিমাপক যন্ত্র।


১০। ইলেকট্রন কি ?

উত্তৰ:  ই পৰমাণুত থকা ঋণাত্মক আধানযুক্ত কণিকা। ১৯ শতিকাৰ শেষৰ ফালে

বিজ্ঞানী জোছেফ জন থমচনে ইলেকট্রন আৱিস্কাৰ কৰিছিল। 


১১। প্রটিন কি ?

উত্তৰ:  প্র’টন পৰমাণুত থকা ধনাত্মক আধানযুক্ত কণিকা। গল্ডষ্টেইন নামৰ এজন

বিজ্ঞানীয়ে প্রটন কণিকা আৱিস্কাৰ কৰিছিল। 


১২। আটাইতকৈ কোমল খনিজ পদার্থবিধৰ নাম কি ?

উত্তৰ:  টেল। 


১৩৷ ফেদম কি ?

উত্তৰ:  পানীৰ গভীৰতা জোখা যন্ত্র। 


১৪। কোনাে নির্দিষ্টমাধ্যমত কোন ৰঙৰ পােহৰৰ বেগআটাইতকৈ বেছিআৰু কোন

বৰ্ণৰ পােহৰৰ বেগ আটাইতকৈ কম ?

উত্তৰ:  ৰঙা ৰঙৰ আটাইতকৈ বেছি আৰু বেঙুনীয়াৰিঙৰ আটাইতকৈ কম। 


১৫৷ পৃথিৱীৰ মৌলবােৰৰ ভিতৰত সৰ্বাধিক ঘনত্ব কাৰ ?

উত্তৰ:  অমিয়াম। 


১৬া ফুছ লােড় কি ?

উত্তৰ:  আয়ৰণ পাইৰাইটিচ।


 ১৭। লােক মামৰৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অর্থাৎ গেভেনাইজকৰিবলৈ কিহৰ

প্রলেপ দিয়া হয়?

উত্তৰ:  জিংক বা দস্তাৰ প্রলেপ দিয়া হয়। 


১৮। নিয়ন লাইটৰ পােৰনীলা কিয় ?

উত্তৰ:  আর্গন থকাৰ বাবে। 


১৯। এনেদুবিধ মৌলৰ নাম কোৱা, স্বাভাৱিক তাপমাত্রাত যি তৰল হৈ থাকে?

উত্তৰ:  ব্লোমিন আৰু পাৰদ। 


২০। কোন দুটি মৌলিক পদার্থ উত্তাপত গলিলে আয়তনত সংকুচিত হয়?

উত্তৰ:  বেৰিয়াম আৰু গেলিয়াম। 


২১। মানুহৰ দ্বাৰা তৈয়াৰী কোন মৌল,আটাইতকৈ বেছিবিপদজনক ?

উত্তৰ:  প্লুটোনিয়াম। 


২২। কোন দুটা মৌলৰ আইচোটোপৰ (এক স্থানিক) সংখ্যা আটাইতকৈ বেছি?

উত্তৰ:  জেনন আৰু চিচিয়াম। প্রত্যেকৰে আইচোটোপৰ সংখ্যা ৩৬। 


২৩৷ ৰবৰক কোনে প্রথম কঠিন আকাৰ দিয়াৰ উপায় উদ্ভাৱন কৰিছিল ?

উত্তৰ: ছার্লচ গুইয়াৰ।। 


২৪। পােহৰৰ গতি কোনে প্রথমে নিখুঁতভাৱে নিৰূপণকৰিছিল ?

উত্তৰ:  ঐ বানার্ড ফোকাল।


২৫। কোন খনিজ পদাৰ্থৰ পৰা মাডাম কুৰীয়ে ৰেডিয়াম আৱিস্কাৰ কৰিছিল? | ০ পিচব্লেণ্ড। 


২৬। শব্দৰ গতি বায়ুমণ্ডলত বেছি নে পানীত বেছি ?

উত্তৰ:  পানীত। 


২৭। কোনবিধ পদার্থবায়ুৰ সংস্পৰ্ষত জলে ?

উত্তৰ:  ফছফৰাছ।। 


২৮। ৰঙা পােহৰ আৰু সেউজীয়া পােহৰৰ ভিতৰত কোনটো ৰঙৰ বেছিপ্রতিসৰণ হয়?

উত্তৰ:  সেউজীয়া পােহৰৰ। 


২৯। আইনাৰ গলনাংক কিমান ?

উত্তৰ: ৩৭২° ছেন্টিগ্রেড। 


৩০। পাৰাৰ ঘনত্ব কিমান ?

উত্তৰ:  ১৩.৫৬ গ্রাম / চি. চি.। 


৩১। সাধাৰণ উষ্ণতাত থকা তৰল ধাতুবিধৰনাম কি ?

উত্তৰ:  পাৰা। 


৩২। দণ্ড চুম্বকৰ কোন অংশত আকর্ষণ ক্ষমতা সকলােতকৈ বেছি ?

উত্তৰ:  চুম্বক দুই মেৰুত। 


৩৩। দণ্ডচুম্বকৰ কোন অংশত আকর্ষণ ক্ষমতা নাই ?

উত্তৰ:  মাজৰ অংশত। 


৩৪। কোন বৰণৰ পােহৰৰ প্ৰতিসৰণাংক সকলােতকৈ কম ?

উত্তৰ:  ৰঙা বৰণৰ।। 


৩৫। কোন বৰণৰ পােহৰৰ প্ৰতিসৰণাকে সকলােতকৈ বেছি ?

উত্তৰ:  বেঙুনীয়া পােহৰৰ।। 


৩৬। কোন ধাতুক কুইক ছিলভাৰ বুলি কোৱা হয় ?

উত্তৰ:  পাৰা। 


৩৭। আটাইতকৈ পাতল ধাতুবিধৰ নাম কি ?

উত্তৰ:  লিথিয়াম।। 


৩৮। কিমান তাপত সােণ গলে ?

উত্তৰ:  ১৮৬২° ফাৰেণহাইটত। 


৩৯। পদাৰ্থৰ তিনিটা অৱস্থা কি কি ?

উত্তৰ:  কঠিন, তৰল আৰু গেছীয়। 


৪০। যান্ত্রিক শক্তি কেই প্রকাৰৰ ?

উত্তৰ:  দুই প্রকাৰৰ গতি শক্তি আৰু স্থিতি শক্তি। 


৪১। আইনষ্টাইনৰ বিখ্যাত ফর্মুলাটো কি আছিল ?

আইনষ্টাইন। উত্তৰ:  Exmc2 অর্থাৎ শক্তি = ভৰ X(পােহৰৰ গতিবেগ) ২।



৪২। কোন পদাৰ্থৰ পৰা হীৰা পােৱা যায় ?

উত্তৰ:  কার্বন। 


৪৩। অক্সিজেন কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰ:  যােছেফ প্রিষ্টলিয়ে। 


৪৪। হাইড্রোজেন গেছৰ আৱিস্কাৰক কোন?

উত্তৰ:  কেভেণ্ডিছ। 


৪৫। কিমান চনত ড° চন্দ্ৰশেখৰ ভেংকটৰমনে নােবেল বঁটা লাভকৰিছিল আৰুকি

বিষয়ত লাভ কৰিছিল ?

উত্তৰ:  ১৯৩০ চনত। পদার্থ বিদ্যাত। 


৪৬। নিউমেটিক টায়াৰৰ আৱিস্কাৰক কোন ?

উত্তৰ: জন বয়েড ডানলপ। 


৪৭। নিউক্লিয়াছৰ আৱিষ্কাৰক কোন?

উত্তৰ:  ৰাভাৰ ফোর্ড। 


৪৮। ইলেকট্রন, নিউট্রন আৰু প্ৰটনৰ ভিতৰত আটাইতকৈ কোনবিধ গধুৰ আৰু ।

কোনবিধ পাতল?

উত্তৰ:  নিউট্রন আটাইতকৈ গধুৰ আৰুইলেকট্রন আতাইতকৈ পাতল। 


৪৯। পানীৰ স্ফুটনাংক নির্ণয় কৰা যন্ত্ৰৰ নাম কি ?

উত্তৰ:  ইপচোমিটাৰ।। 


৫০। কোন খনিজ পদার্থৰ পৰা এলুমিনিয়াম ধাতু নিষ্কাষণকৰা হয়?

উত্তৰ:  বক্সাইট। 


৫১। শব্দ আটাইতকৈ দ্রুত গতিৰে কি মাধ্যমত হয় ?

উত্তৰ:  ইস্পাত। 


৫২। বৰফ কোন তৰল পদাৰ্থত ভাহিব নােৱাৰে ?

উত্তৰ:  এলকোহল। 


৫৩। কোনে প্রথমে প্রমাণ কৰিছিল যে বায়ুৰ ওজন আছে ?

উত্তৰ:  অটোফন চেৰিক। 


৫৪। ভূত্বকৰ তলৰ গলিত শিলৰ নাম কি ?

উত্তৰ:  মেগমা। 


৫৫। বায়ুমণ্ডলৰ তলৰ স্তৰক কি বুলি কোৱা হয় ?

উত্তৰ:  ট্রপ’স্ফেয়াৰ। 


৫৬। হার্ট অটেলিভিছন বুলি কাক কোৱা হয় ?

উত্তৰ:  কেথড় ৰে’ টিউবক। 


৫৭। বিদ্যুতৰ ৰেজিষ্টেন্স পৰিমাণৰ একক কি ?

উত্তৰ:  ওহম্।


৫৮। কোন গেছবর্ণহীন অথচ খুব বিষাক্ত ?

উত্তৰ:  চায়ালােজেন। 


৫৯। ১৯২১ চনত এলবার্ট আইনষ্টাইনক কোন বিষয়ৰ গৱেষণাৰ বাবে নােবেল বটা

দিয়া হৈছিল ?

উত্তৰ:  ‘ফটোইলেকট্রিক এফেক্ট’ বিষয়ক গৱেষণাৰ বাবে।। 


৬০। কোন নােবেল বঁটা বিজয়ীক কোৱা হয় আধুনিক পৰমাণুতত্ত্বৰ প্রতিষ্ঠাতাবুলি?

ও নীলচবাে। 


৬১। কচমিক ৰে’ কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰ:  ৰবাৰ্ট চিলিকেন। 


৬২। গামা ৰশ্মি কোনে কিমান চনত আৱিস্কাৰ কৰিছিল?

উত্তৰ:  ভিলার্ডে, ১৯০০ চনত। 


৬৩। সঠিক সময় পমািপক যন্ত্ৰটোৰ নাম কি ?

উত্তৰ:  ক্রোনােমিটাৰ। 


৬৪। প্রটন ইলেক্ট্রনতকৈ কিমান গুণ বেছি ?

উত্তৰ:  প্রায় ১৮৯৬ গুণ। 


৬৫। আইনাৰ গলনাংককিমান?

গেলিলিও গেলিলি ৩৭২° চেঃ গ্রেঃ। 


৬৬। পদাৰ্থৰ যি ক্ষুদ্রতম অংশ স্বাধীনভাৱে থাকিব পাৰে তাক কি বুলি কোৱা হয়?

উত্তৰ: অণু। 


৬৭। দোলনৰ গতি সম্পকীয় সূত্র কোনেআৱিস্কাৰ কৰিছিল?

উত্তৰ:  গেলিলিওৱে। 


৬৮। কোনবিধ ধাতু লােৰ দৰেকঠিন? কোনেইয়াক আৱিষ্কাৰ কৰিছিল?

উত্তৰ:  টাইটোনিয়া। গ্রীগৰ নামৰ এজন বিজ্ঞানীয়ে ইয়াক আৱিষ্কাৰ কৰিছিল। 


৬৯। ভাপইঞ্জিনৰ সূত্ৰৰ আৱিস্কাৰক কোন?

উত্তৰ:  জেশ্চ ৱাটু। 


৭০। এটমৰ নিউক্লিয়াছৰ সূত্র কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:  লর্ড ৰাৰ ফোর্ডে। 


৭১। অক্সিজেনৰ গােন্ধ আৰু বৰণ কেনেকুৱা ?

উত্তৰ:  অক্সিজেনৰ কোনাে গােন্ধ আৰু বৰণ নাই। 


৭২। মার্কিউৰিক অক্সাইড তপতাই কি গেছ উৎপন্ন কৰিব পাৰি?

উত্তৰ:  অক্সিজেন।। 


৭৩। ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি ?

উত্তৰ:  কেলচিয়াম ক্লোৰেণ হাইপােক্লোৰাইট।


৭৪। ছ'ডা পানীত কি এচিড থাকে ?

উত্তৰ:  কার্বলিক এচিড়। 


৭৫। লাফিং গেছ প্রকৃততে কি?

উত্তৰ:  নাইট্রাছঅক্সাইড়।। 


৭৬। দৈত কি এচিড থাকে ?

উত্তৰ:  লেটিক এচিড়। 


৭৭। কোনবিধ এচিড মিশ্রণে সােণক গলাব পাৰে?

উত্তৰ:  হাইড্রক্লৰিক এচিড আৰুনাইট্রিক এচিডৰ মিশ্রণে। 


৭৮। আটাইতকৈ বিষাক্ত মৌলিক পদার্থবিধৰ নাম কি?

উত্তৰ:  প্লুটোনিয়াম। 


৭৯। বায়ু কি পদার্থ, মিশ্র নে যৌগিক?

উত্তৰ:  মিশ্র পদার্থ। 


৮০। মাটিত কোন ধাতুৰ পৰিমাণ আটাইতকৈ বেছি?

উত্তৰ:  এলুমিনিয়াম।। 


৮১। এটা ইলেকট্রনৰ ভৰ আৰু ব্যাসার্ধ কিমান ? 

উত্তৰ:  ভৰ = 9.11 x 10.13 ছে. মি.।


৮২। ক্লোফেৰ্মৰ প্রকৃত নাম কি?

উত্তৰ:  ট্রাইক্লোৰােমিথােন।। 


৮৩। আমি খােৱা-বােৱাত সর্বদা ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?

উত্তৰ:  ছডিয়াম ক্লৰাইড। 


৮৪। পানীত আয়ৰণৰ বাহিৰেও যি মৌলবিধ থাকে তাৰ নাম কি ?

উত্তৰ: কার্বন। 


৮৫। এচিডৰ অপৰিহাৰ্য মৌলবিধৰ নাম কি ?

উত্তৰ:  হাইড্রোজেন।। 


৮৬। সংকৰ ধাতু কাক বােলে ?

উত্তৰ:  দুই বা ততােধিক ধাতুৰ মিশ্রণকে সংকৰ ধাতু বুলি কোৱা হয়। 


৮৭। ষ্টেইনলেছষ্টিল কি ?

উত্তৰ: এক প্ৰকাৰ সংকৰ ধাতু। ই ক্রোমিয়াম (Cr) নিকেল আৰু লােহা (Fe) ৰ মিশ্ৰণৰ দ্বাৰা প্রস্তুত হয়। 


৮৮। কার্বোহাইড্রেটত থকা প্রধান উপাদানসমূহ কি কি ?

উত্তৰ:  কার্বন, হাইড্রজেন আৰু অক্সিজেন। 


৮৯। তৰল এচিটিক এচিডৰ আন এটা জনপ্রিয় নাম কি ?

উত্তৰ:  ভিনেগাৰ।


৯০। এনে এটা পৰমাণু আছে, যাৰ নিউক্লিয়াছত নিউট্রন নহি। পৰমাণুটোৰ নামাক

উত্তৰ:  সাধাৰণ হাইড্রজেন পৰমাণু। 


৯১। এংষ্ট্রম কি ?

উত্তৰ:  ৱেলেংথ বা তৰংগ দৈর্ঘ্যৰ একক।। 


৯২। কার্বন ধাতু নে অধাতু ?

উত্তৰ:  অধাতু। 


৯৩৷ সকলােতকৈ গধুৰ মৌল কি ?

উত্তৰ:  ইউৰেনিয়াম। 


৯৪। বায়ুত কি কি নিষ্ক্রীয় গেছ থাকে ?

উত্তৰ:  হিলিয়াম, নিয়ন, ক্রিপটন, জেনন আৰু আর্গন। 


৯৫। ফর্মালিন কি ?

উত্তৰ:  ফর্মালিন হ’ল 40 % ফর্মেল ডিহাইডৰ জলীয় দ্রৱণ। 


৯৬। প্রকৃত এলকোহল কি ?

উত্তৰ:  99% ইথাইল এলকোহল।। 


৯৭৷ ৱাটাৰ গেছ (Water Gas) কি ?

উত্তৰ:  কার্বন মনক্সাইড আৰু হাইড্রজেনৰ মিশ্রণ। 


৯৮। হিম’গ্লবিনত কি ধাতু আছে ?

উত্তৰ:  লাে (Iron)। 


৯৯। ইলেকট্রিক বাল্বৰ ফিলামেন্ট তাৰভাল কি ধাতুৰে তৈয়াৰী ?

উত্তৰ:  ট্রাংষ্টেন। 


১০০/ পেনিচিলিনৰ আৱিস্কাৰক কোন ?

উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিং। 


১০১। ইলেক্ট্রলাইটিক চেবুলিলে কি বুজা ?

উত্তৰ:  বৈদ্যুতিক শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰা চেলক ইলেকট্রলাইটিক

চে বােলে। 


১০২। আটাইতকৈ বেছি পৰিমাণৰ কেলচিয়াম কোন খাদ্যত পােৱা যায়?

উত্তৰ:  গাখীৰত।। 


১০৩। পটাছিয়ামৰ আৱিস্কাৰক কোন?

উত্তৰ:  ছাৰ হামফ্রি ডেভি। ১৮০৭ চনত আৱিষ্কাৰ কৰিছিল। 


১০৪। এনে এটি জাৰক দ্রব্যৰ নাম কোৱা যাৰ মাজত অক্সিজেন নাথাকে।

উত্তৰ:  ক্লোৰিণ। 


১০৫। ফছফৰাছবতাহৰ সংস্পৰ্শত জ্বলিলে যি বগা ধোৱাৰ উৎপত্তিহয় তাৰনাম কি?

উত্তৰ:  ফছফৰাছ পেন্টক্সাইড়।।

Previous Post Next Post