Assamese Authors and Books MCQs for Written Examination and Online Test, Assam Direct Recruitment 2022

হৰ্ষচৰিতৰ লেখক কোন আছিল?
বাণভট্টকালিদাসবিশাখাদত্তকৌটিল্ল

বিশাখাদত্ত ৰচিত নাটকখন কি?
ৰঘুবংশকুমাৰহৰণমুদ্ৰাৰাক্ষসমেঘদুত
ৰাজতৰংগিনী ৰচক কোন?
কৌটিল্লকলহনবাণভট্টচৰক
অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
টাইসকেলমোগলসকেলকোচসকেলআহোমসকেল
প্ৰথম শিশু উপন্যাসখন কোনে ৰচনা কৰিছিল?
চন্দ্ৰ কুমাৰ আগৰৱালাড. বাণীকান্ত কাকতিহৰগোবিন্দ শৰ্মাযতীন্দ্ৰ নাথ শৰ্মা
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বটাঁ লাভ কৰিছিল?
বীণবৰাগীমৃত্যুঞ্জয়বনফুলবনকুঁৱৰী
যতীন্দ্ৰ নাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
বীণবৰাগীবনফুলমৃত্যুঞ্জয়পাতালপুৰী
সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথমখন নাটকখন কি আছিল?
ওমৰ তীৰ্থবীণবৰাগীশকুন্তলাবনফুল
যতীন্দ্ৰ নাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
শকুন্তলাবীণবৰাগীবনফুলমৃত্যুঞ্জয়
প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি?
শকুন্তলাৰামনৱমীমিৰিজীয়ৰীভানুমতী
Previous Post Next Post