Assam History||Ahom Dynasty Assam History MCQs for Written Tests and Online Exams

 

Ahom Dynasty Assam History MCQs for Written Tests and Online Exams


আহোম বংশৰ শেষৰজন ৰজা কোন আছিল?
চন্দ্ৰকান্ত সিংহপুৰন্দৰ সিংহগৌৰীনাথ সিংহ উদয়াদিত্য
শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
১৬৭০ চনত১৬৭১ চনত১৬৭২ চনত১৫৭১ চনত
কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?
১২২০ চনত১২২৮ চনত১২৩২ চনত১২৪০ চনত
কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
স্বৰ্গদেউ লক্ষ্মীসিংহচুহুংমুহুংচুকাফাপ্ৰমত্ত সিংহ
আহোমসকলৰ অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল?
বৰ্মন বংশৰ ৰজাকোচ ৰজাস্বৰ্গদেউসকলচুকাফাসকল
শৰাইঘাটৰ যুদ্ধ কেতিয়া কাৰ দিনত হৈছিল?
ৰুদ্ৰসিংহৰাজেশ্বৰ সিংহচক্ৰধ্বজ সিংহৰত্নধ্বজ সিংহ
কাৰ দিনত মুছলমান সকলে অসমত শেষ আক্ৰমণ কৰিছিল?
ৰত্নধ্বজ সিংহগদাধৰ সিংহশিৱসিংহৰাজেশ্বৰ সিংহ
আহোমসকল কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
দুশ বছৰপাঁচশ বছৰছশ বছৰআঠশ বছৰ
অসমৰ মটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল?
চুকাফাচুহুংমুহুংগদাধৰ সিংহকুমাৰ ভাস্কৰ বৰ্মন
কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল?
১৫৩৯ চনত১৫৪৩ চনত১৫৪৫ চনত১৫৫০ চনত


Previous Post Next Post