Assam Police SI Answer Key 2022, 24th April Exam Solved Paper||SLPRB Assam Sub Inspector Exam Question Paper Solution PDF

Assam Police Sub Inspector Answer Key 2022 Download PDF


 1,মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?

2,অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল?
3,বৰদলৈ ট্ৰফী কিমান চনত হৈছিল?
4,নামঘোষাত কিমান ত ঘোষা আছে?
5,কাঁহৰ বাচন নিৰ্মান কৰা ঠাই?
6,1930 চনত ঘূৰণীয়া মেজ মেলত প্ৰতিনিধিত্ব কৰা অসমৰ ব্যক্তি জন কোন?
7,দণ্ডী যাত্ৰা ত অংশগ্ৰহণ অসমৰ ব্যক্তি জন?
8,বুদ্ধদেৱৰ পূৰ্ণনিৰ্বাণ কত ?
9,জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
10,নিম্নলিখিত কোন জন উগ্রতৰা দেৱালয়ৰ লগত সম্পৰ্কীত?
11,চুকাফাই অসমলৈ অহাৰ সময়ত বড়ো ৰজা কোন আছিল?
12,Who wrote Assamese its formation and development?
13,প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?
14,ভাৰতীয় চলচ্চিত্ৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ৰ ছবি খন?
15,নিম্ন লিখিত কোনটো অসামৰিক বিভাগত সেনা ৰ সংখ্যা বেছি? CRPF/bsf,ssb
20, 2022 বৰ্ষৰ U-19 ক্ৰিকেট খেলত ভাৰতে কোনটো দলক পৰাজিত কৰি বিজয় হৈছিল?
21,2022 বৰ্ষৰ 30 জানুৱাৰীলৈ অসমত জিলা কেইখন আছিল?
22,তলৰ কোনটো কোনটো এটা কয়লাৰ নহয়?
23,লাসিমাৰ কৃষক বিদ্ৰোহ?
24,যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল?
25 কোনখন অধিবেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল?
26,Assam association ৰ জন্ম কিমান চনত হৈছিল?
27,ভাৰতৰ লৌহ মানৱ খ্যাত ব্যক্তি কোন কোন?
28, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীক আৰু মহানায়াধীক সকলক কোনে নিযুক্তি দিয়ে?
29,ভোট দানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে?
30, হত্যা কাণ্ডৰ অপৰাধৰ লগত কোনটো ধৰা জড়িত?
31,হস্তীবিদ্যানৰ্ভ কাৰ ৰচনা?
32,কামৰূপৰ শেষৰ বংশ?
33,"A grammatical notes on Assamese language" ৰ লিখক?
34, ৰাধা কৃষ্ণৰ লীলা ৰ লগত জড়িত নৃত্যতো কি?
35,ৰিজাৰ্ভ বেংকৰ প্ৰতিকটো কি?
36,দেশৰ বৃত্ত বিভাগৰ কাম কাজ সমূহ কোনটো বেংকে চোৱা ছিটা কৰে?
37, ৰেড-ক্ৰিফ লাইন কোন দুখন দেশৰ মাজত আছে?
38,JPG ফাইল কিহৰ লগত জড়িত?
39,প্ৰমথেছ বৰুৱা ৰ জন্মস্থান?
40,নটৰাজ চিনে থিয়েটাৰৰ প্ৰতিস্থাপক কোন?
41, তলত দিয়া কোনবিধ মেৰু দ্বন্দ্ব নথকা প্ৰাণী?
42,নিম্নলিখিত কোনখন পাহাৰ উত্তৰ পূবৰ নহয়?
সাতপুৰা, লোছাই , নগা , গাৰো
43 সত্যমেব জয়তে বাক্য শাৰী কৰ পৰা লোৱা হৈছে?
44,কোচ ৰাজবংশৰ প্ৰতিস্থাপক কোন?
45,পলাচীৰ যুদ্ধ কিমান চনত হৈছিল?
46,কোন ঠাই ক Scotland of east বুলি কোৱা হয়?
47,বিশ্ব ৰেড ক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হয়?
48,মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিস্থাপক কোন আছিল?
49,স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
50,অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যাল কত নিৰ্মান কৰিছিল?
51, ইয়াৰলুং চাংপু কোনখন নদীক জনা যায়?
52,Which land revenue system introduce by cornabalis?










The State Level Police Recruitment Board, Assam initiated the recruitment drive for appointing 626 Sub Inspector (UB and AB) by inviting applications in December 2021. After that, they organized the written exam for all the applicants on 24th April 2022. Soon, they will release the Solved Assam Police Sub Inspector 2022 Question Paper @ slprbassam.in.


53,Randhabar National Park কত অৱস্থিত?
54,মিগো গোৱা কোন জনগোষ্টীৰ পুৰুষৰ সাজপাৰ?
55,কো-ভেকচিন প্ৰস্তুত কৰা কোম্পানীতো হল?
56,মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল?
57,নাও খেলত লগত অসমৰ কি খেল জড়িত?
58,1881-82 উত্তৰ কাছাৰৰ বিদ্ৰোহ ৰ মূল সেনা কোন আছিল?
59,কাছাৰক কেতিয়া ব্ৰিটিছে নিজৰ অধীনত আনিছিল?
60,'মিলন' আলোচনী খন কোনটো অনুষ্ঠানৰ লগত জড়িত?
Previous Post Next Post