কিশোৰ সংস্কৃওি কি ?,কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা,class12 common quetions for assaeme mil

কিশোৰ সংস্কৃওি কি ?

Ans: কৈশোৰ কালত লৰা-ছোৱালীৰ সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢি উঠা উপ সংস্কৃওিক কিশোৰ সংস্কৃওি বুলি কোৱা হয় । দলীয় মনোভাৱৰ লগতে সহমমিতাৰ উন্মেষ হয় এই কৈশোৰ কালতে । সমনীয়াত লগত গভীৰ বন্বুত্ব আৰু সহযোগিতাৰ ভাব গঢি উঠে কিশোৰ অৱস্হাৰ চাল-চলন, সাজপাৰ, বাক-ভংগী, ধান-ধাৰনা আনকি ৰাজনৈতিক মতাদশ আদিটো কিশোৰ সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় ।

(গ)১) কৈশোৰ কালৰ আবেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা ।

Ans: কৈশোৰ কালত আৱেগিক আৰু সামাজিক বিকাশ, এক লেখত লবলগীয়া বিষয় । এই সময়ছোৱাতেই আৱেগিক বিকাশ পূনগতিত হয় । আৱেগ-অনুভূতিৰ অতাধিক প্ৰৱনতাৰ ফলত বহু ক্ষেএত ল'ৰা-ছোৱালীৰ জীৱন সমপূনভাৱে আৱেগে পৰিচালিত কৰে । আৱেগৰ পূনতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়নৰ সৃষ্টি কৰে । যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী । সুস্হভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী বিদ্ৰোহী ভাৱাপন্ন হৈ পৰে । পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি তেওঁলোকে নেতিবাচক মনোভাবো পোষণ কৰা দেখা যায় ।

কৈশোৰ কালৰ আন এটা বিকাশ হ'ল সামাজিক বিকাশ । দলীয় মনোভাৱৰ লগতে এই সময় হোৱাতে সহমমিতাৰ উন্মেষ হয় । সমনীয়াৰ মাজত গভীৰ বন্বুত্ব আৰু সহযোগীতাৰ ভাবো গঢি উঠে । কৈশোৰ অৱস্হাৰ চাল-চলন, সাজ-পাৰ, বাকভংগী, ধান-ধাৰনা, আনকি ৰাজনৈতিক মতাদশ আদিতো কিশোৰ সংস্কৃতিৰ প্ৰভাৱ কথা যায় । মন কৰিবলগীয়া কথা এই যে বেছিভাগ ক্ষেএত. কিশোৰ সংস্কৃতি ধণাত্মক দিশতকে ঋণাত্মক দিশলৈহে ধাৱমান হয় ।

২) কৈশোৰ কেলত বাবে কেনে ধৰনৰ শিক্ষণ উপযোগী ?উদাহৰণসহ বণনা কৰা ।
Ans: জীৱনৰ জটিলতম কালছোৱাই হৈছে কৈশোৰ কাল । সেয়ে এই সময়ত উপযুও শিক্ষা অতি প্ৰয়োজন । মাধমিক শিক্ষা হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা । মাধমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ আৰু আদশক উপলদ্বি কৰিব পাৰি । জাতীয় শিক্ষা পদ্বতিৰ আঁচনি কাযকৰী কৰিব পাৰি এই স্তৰৰ শিক্ষাতে ।

স্বধীনতাৰ পৰৱতী দশকত গঠিত হোৱা মাধমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধমিক শিক্ষাৰ তিনিটা লক্ষৰ বিষয়ে উনুকিয়াইছে । সেইকেইটা হ'ল ১। দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক, বা অথনৈতিক সমসাৰ পটভূমিত বতমান আৰু ভৱিষতৰ দাবী পূৰাব পৰাকৈ শিক্ষা বৱস্হাক গঢ দিয়া । ২। ধমনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুন আয়ত্ব কৰি অথনৈতিক অগ্ৰগতিত সহায় কৰা, ৩। জাতীয় সংহতিৰ বিকাশ সাধন কৰা । আকৌ ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষনা কৰা ৰাষ্টীয় শিক্ষা নীতিটো মাধমিক শিক্ষাক বৃওিমুখীকৰনৰ সিদ্বান্ত লোৱা হৈছে যাতে দেশৰ জনশওিক অথনৈতিক বিকাশৰ ক্ষেএত আগবঢাই নিব পাৰি । একৈশ শতিকাৰ শিক্ষাৰ বাবে গঠিত হোৱা আন্ত:ৰাষ্টীয় শিক্ষা আয়োগে মাধমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰি বুলি অভিহিত কৰিছে, য'ত ভৱিষত জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে আৰু যোগতা, অভিৰুচি বা প্ৰয়োজন অনুসৰি নিজস্ব পথেচি জীৱনৰ পথত অগ্ৰহৰ হ'ব পাৰে । মাধমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব হ'ল

১) এই স্তৰৰ কোনো বিশেষীকৰন পাঠএম নাই ।মানৱ জাতিৰ বৃহুওৰ অভিৰুচি অনুসৰি পাঠএমৰ পৰিসৰ বহলাই সাধাৰন শিক্ষা দিব পাৰি এই স্তৰতেই ।

২) এই সময়ছোৱাত বওিৰ বিভিন্ন বুদ্বি-বৃওিৰ বৃদ্বি হয় । কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদা সমূহ পূৰাৰ অথে শিক্ষানুস্হানৰ বিভিন্নতা, অপযাপ্ত, ঐচিদুক বিষয়ৰ প্ৰবতন, বিদালয় আৰু পৰিয়ালক মাজৰ মুদৃঢ যোগসৃএ, বিদালয় আৰু বৃহওৰ সমাজৰ পাৰস্পৰিক সম্পক স্হাপন আদিত সেয়ে গুৰুত্ব দিয়া হয় ।

কেৱল পাঠএম সংএান্ত কথাতে গুৰুত্ব নিদি সহ-পাঠএমিক কাযৱলীকো যথোপযুও গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত ।

কৈশোৰ কালৰ বাবে প্ৰস্তত কৰা মাধমিক স্তৰৰ পাঠএমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় হ'ল-১) ভাষা শিক্ষণ ২) গণিত ৩) বিজ্ঞান ৪) সমাজ বিজ্ঞান । তদুপৰি কাৰিকৰী বিদা, স্বাস্হ আৰু শাৰীৰিক শিক্ষা, পৰিবেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, আৰু কিছুমান ওপৰষি বিষয়ৰ অন্তভূওিয়ে মাধমিক স্তৰৰ শিক্ষা স্বয়ং সমপূণ কৰি তুলিছে । ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ দৈহিক, মানসিক, সামাজিক সম্পকীয় চাহিদা সমূহ পূৰণ হব বুলি ধাৰণা কৰিব পাৰি ।
Previous Post Next Post