ADRE COMMON QUESTIONS 2023


প্ৰশ্ন ১। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাতিক বিমান বন্দৰ।

প্ৰশ্ন ২। অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম কি?

উত্তৰ:- অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম হৈছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

প্ৰশ্ন ৩। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো নাম কি?

উত্তৰ:- অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো নাম হৈছে অসম উপত্যকা সাহিত্য বঁটা।

প্ৰশ্ন ৪। ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক লাচিত বঁটা প্ৰদান কৰা হয় 

প্ৰশ্ন ৫। কোন চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল?

উত্তৰ:- ২০১১ চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।

প্ৰশ্ন ৬। অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হয়।

প্ৰশ্ন ৭। কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়?

উত্তৰ:- ৫০ বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়।

প্ৰশ্ন ৮। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি যতিন্দ্ৰনাথ দুৱৰা আছিল।

প্ৰশ্ন ৯। মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- মামণি ৰয়চম গোস্বামীৰ জন্ম ১৯৪২ চনৰ ১৪ নৱেম্বৰত হৈছিল।

প্ৰশ্ন ১০। জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি মামণি ৰয়চম গোস্বামী আছিল।

প্ৰশ্ন ১১। অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ১২। ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ১৩। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক কোন?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’।

প্ৰশ্ন ১৪। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।

প্ৰশ্ন ১৫। ড° ভূপেন হাজৰিকাই কিমান চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৬। ড° ভূপেন হাজৰিকাই কিমান চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ২০০৯ চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৭। ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া ড° ভূপেন হাজাৰিকা।

প্ৰশ্ন ১৮। নলিনীবালা দেৱীয়ে কিমান চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?

উত্তৰ:- নলিনীবালা দেৱীয়ে ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৯। অভিনেত্ৰী চেতনা দাসক কোন চনত আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ২০। ‘বড়ো খুন্তাই’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ‘বড়ো খুন্তাই’ গুণেশ্বৰ মুছাহাৰীয়ে ৰচনা কৰিছিল।




Previous Post Next Post