অসমৰ ইতিহাস আৰু সংস্কৃতি(History and Culture of India) DHE, DME Grafe 3 Or Grade 4 most important Question 2022

অসমৰ ইতিহাস আৰু সংস্কৃতি
(History and Culture of India)

১।
সাধনী কাৰ ৰাণী আছিল?
(খ) মৰাণ ৰজাৰ
(ঘ) কছাৰী ৰজাৰ
(ক) আহোম ৰজাৰ
(গ) চুতীয়া ৰজাৰ
উত্তৰঃ (ঘ) কছাৰী ৰজাৰ
২।
কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল—
(ক) অষ্টভূজাকৃতিৰ
(খ) অ'ভেল
(গ) চাৰিকোণীয়া
(ঘ) ঘূৰণীয়া
উত্তৰঃ (ঘ) ঘূৰণীয়া
৩/
পোছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
(ক) ৰুদ্ৰ সিংহই
(খ) প্রতাপ সিংহই
(ঘ) ছুকাফাই
(গ) ছুহুংমুঙে
উত্তৰঃ (খ) প্ৰতাপ সিংহ
৪/
 কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল।
(ক) মহম্মদ-উল-দুল্লা
(খ) আলী মৰদান
(গ) মহম্মদ-ইবন-বখতিয়াৰ
(ঘ) মহম্মদ খিলিজী
উত্তৰঃ (গ) মহম্মদ-ইবন-বখতিয়াৰ
৫।
চুতীয়া ৰাজ্য আহোমে কাৰ শাসনকালত
তলতীয়া কৰিছিল?
(ক) ছুতেউফ
(খ) ছুহুংমুং
(গ) ছুকামফা
(ঘ) ছুকাফা
উত্তৰঃ (খ) ছুহুংমুং

  কিছুমান প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ

প্রঃ মোগল সকল কোনজন মোঙ্গল নেতাৰ সতি-সন্ততি বুলি কোৱা হয় ?
উঃ চেঙ্গিজ খাঁৰ ।
প্ৰঃ ‘বাবৰ’ শব্দৰ অৰ্থ কি ?
উঃ তুর্কী ভাষাত ‘বাবৰ’ শব্দৰ অৰ্থ ‘বাঘ’।
প্ৰঃ পানী পথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উঃ ১৫২৬ খ্ৰীঃত।
প্ৰঃ পানী পথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উঃ দিল্লীৰ চুলতান ইব্রাহিম লোডী আৰু আফগান নেতা জাহিৰুদ্দিন
বাবৰৰ মাজত।
প্রঃ মোগল সম্রাট আকবৰৰ জন্ম ক’ত হৈছিল?
উঃ ‘অমৰ কোট’ নামে ঠাইত (১৫৪২ চনত)।
প্ৰঃ হুমায়ুনৰ মৃত্যুৰ পিছত মোগল সম্রাট আকবৰৰ অভিভাৱক কোন
হৈছিল ?
উঃ বৈৰাম খাঁ।
প্ৰঃ পানী পথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংগটিত হৈছিল?
উঃ ১৫৫৬ চনত।
প্রঃ কোনে মোগল সম্রাট আকবৰক ‘অশুচি বিদেশী’ বুলি উপহাস
কৰিছিল?
উঃ মেৱাৰৰ ৰাণাই।
প্রঃ কোনজন মোগল সম্রাট হিন্দু সকলৰ প্ৰতি অতি উদাৰ নীতি গ্রহণ
কৰিছিল?
উঃ সম্রাট আকবৰে ৷
প্ৰঃভাৰতত কোনে ‘মনচবদাৰী’ প্ৰথা প্ৰৱৰ্তন কৰিছিল ?
উঃ মোগল সম্রাট আকবৰে।
প্ৰঃ ‘জাহাঙ্গীৰ’ শব্দৰ অথৰ কি?
উঃ বিশ্ব বিজয়ী।
Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM