অসমৰ ইতিহাস আৰু সংস্কৃতি
(History and Culture of India)
১।
সাধনী কাৰ ৰাণী আছিল?
(খ) মৰাণ ৰজাৰ
(ঘ) কছাৰী ৰজাৰ
(ক) আহোম ৰজাৰ
(গ) চুতীয়া ৰজাৰ
উত্তৰঃ (ঘ) কছাৰী ৰজাৰ
৮।
২।
কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল—
(ক) অষ্টভূজাকৃতিৰ
(খ) অ'ভেল
(গ) চাৰিকোণীয়া
(ঘ) ঘূৰণীয়া
উত্তৰঃ (ঘ) ঘূৰণীয়া
পোছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
(ক) ৰুদ্ৰ সিংহই
(খ) প্রতাপ সিংহই
(ঘ) ছুকাফাই
(গ) ছুহুংমুঙে
উত্তৰঃ (খ) প্ৰতাপ সিংহই
81 কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল।
(ক) মহম্মদ-উল-দুল্লা
(খ) আলী মৰদান
(গ) মহম্মদ-ইবন-বখতিয়াৰ
(ঘ) মহম্মদ খিলিজী
উত্তৰঃ (গ) মহম্মদ-ইবন-বখতিয়াৰ
৫।
চুতীয়া ৰাজ্য আহোমে কাৰ শাসনকালত
তলতীয়া কৰিছিল?
(ক) ছুতেউফ
(খ) ছুহুংমুং
(গ) ছুকামফা
(ঘ) ছুকাফা
উত্তৰঃ (খ) ছুহুংমুং
৬। চুতিয়া ৰাজ্যৰ ৰাজধানী ক’ত আছিল?
(16. অসমৰ মুঠ খেতি কৰা ভূমি (Net cultivated
area, as on 2009-10)ৰ পৰিমাণ—
(a) 28.11 লাখ হেক্টৰ
(b) 25.12 লাখ হেক্টৰ
(c) 30.15 লাখ হেক্টৰ
(d) ওপৰৰ এটাও নহয়।
অসমৰ মুঠ ঘৰুৱা উৎপাদনলৈ (SDP) 2010-
11 বৰ্ষত কৃষিখণ্ডৰ অৱদান হৈছে—
(a) 30%
(b) 35%
(c) 25%
(d) 20%
18. অসমৰ মুঠ বাণিজ্যিক বেংকৰ (শাখাসহ) সংখ্যা
(2011 চনৰ মাৰ্চ মাহলৈকে)—
(a) 1504
(b) 1434
(c) 1601
(d) 1725
19. অসমৰ সংৰক্ষিত বনাঞ্চল (Resreved Forest)
কালি হৈছে—
(a) 15212 বর্গ কি.মি.
(b) 14212 বর্গ কি.মি.
(c) 16,212 বর্গ কি.মি.
(d) ওপৰৰ এটাও নহয়।
20. অসমত চাহ খেতিয়ে
ভূমি আগুৰি আছে
(a) 42,7000 হেক্টৰ
(b) 322000 হেক্টৰ
(c) 35,8000 হেক্টৰ
(d) 36,2000 হেক্টৰ
21. অসমৰ চাহ উদ্যোগে ভাৰতবৰ্ষৰ মুঠ চ
উৎপাদনলৈ — বৰঙণি আগবঢ়ায়।
(a) 40% তকৈ বেছি
(b) 50% তকৈ বেছি
(c) 60% তকৈ বেছি
(d) 70% তকৈ বেছি
22. অসমৰ বৰ্তমান
নীয়া বেংকৰ সংখ্যা-
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) পাঁচটা
23. অসমত বিকেন্দ্ৰীকৃত পৰিকল্পনা (Decentrali
7. উত্তৰপূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য হৈছে
(a) অৰুণাচল প্রদেশ (b) মিজোৰাম
(d) মেঘালয়
(c)
অসম
8.
জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ
ভিতৰত অসমৰ স্থান—
(a) একাদশ
(b) দ্বাদশ
(c) ত্রয়োদশ
(d) চতুর্দশ
9.
অসমৰ আটাইতকৈ জনবহুল জিলাখন হৈছে—
(a) নগাওঁ
(b) নলবাৰী
(c) ধুবুৰী
(d) কামৰূপ
10. শিক্ষিতৰ হাৰ আটাইতকৈ বেছি—
(a) যোৰহাট
(b) কামৰূপ মেট্ৰ
(c) নলবাৰী
(d) শিৱসাগৰ
11. ‘শিক্ষিতৰ হাৰ'ৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ
ভিতৰত অসমৰ স্থান—
(a) একাদশ
(b) ত্রয়োদশ
(c) চতুৰ্দশ
(d) ওপৰৰ এটাও নহয়।
12. জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম—
(b) বাগ্চা
(a) চিৰাং
(c) ডিমাহাছাওঁ
(d) ওদালগুৰি
13. আটাইতকৈ নিম্ন শিক্ষিতৰ হাৰ —
(a) ধুবুৰী জিলাত
(b) কোকৰাঝাৰ জিলাত
(c) মৰিগাঁও জিলাত
(d) ওপৰৰ এটাও নহয়।
14. অসমৰ জনসংখ্যাৰ ঘনত্ব ভাৰতৰ জনসংখ্যাৰ
ঘনত্বতকৈ—
(a) বেছি
(b) কম
(c) সমান
(d) ওপৰৰ এটাও নহয়।
15. যোৱা দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ
বেছি আছিল—
(a) গোৱালপাৰা জিলাত
(b) ধুবুৰী জিলাত
(c) নগাঁও জিলাত
(d) দৰং জিলাত
DESCRIPTION
Directorate of Health Services (DHS), Assam has released 2 advertisements for the recruitment of 2720 Grade III (Technical & Non-Technical) and Grade IV Vacancy under Directorate of Health Services (DHS) Assam. Interested and eligible candidates may apply online.
Directorate of Medical Education (DME), Assam has released 2 employment notifications for the recruitment 962 Grade III (Technical & Non-Technical) and Grade IV vacancy in the Directorate of Medical Education, Assam and different Medical Colleges and Hospitals as well as Dental Colleges, Nursing Colleges, Paramedical Institutes etc. of the State under the establishment of the Directorate of Medical Education, Assam. Interested and eligible candidates may apply online here .
Directorate of Health Services (FW), Assam has released a notification for the recruitment of 182 Grade III (Technical & Non-Technical) and 25 Grade IV vacancy. Interested and eligible candidates may apply online for these vacancy.