common quetion for hs 2nd year || hs 2nd year online class ||hs 2ndyear assamese book question answer ,hs second year assamese quetions answer 2020 ,hs second year question answer ,hs second year advance assamese answer

1) চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰ - চুটিগল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য । চুটি গল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ অসুবিধা । কাৰণ, এই বিধ সাহিত্য বহুবৰ্ণময় আৰু অতি সঘনাই ইয়াৰ ৰূপ সলনি হৈ আহিছে। আলোচকসকলেও, একেষাৰতে চুটিগল্প কাক বোলে কব পৰা নাই । তথাপি কব পাৰি চুতি গল্প হল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি বা মূহূৰ্তৰ বা জীৱন সম্পৰ্কে এক নিদিৰ্ষ্ট বাৰ্তা দৃঢ় সংবদ্ধ গাঁথনিৰে ৰসঘন কৰি বৰ্ণনা কৰা কল্পনাপ্ৰধান । 

2) ৰমাকান্ত গাওঁখনৰ নাম কি আছিল ? 

উত্তৰ - সাতপুখুৰী । 

মিনতি গল্পটো কোনখন গল্প সংকলন পৰা লোৱা হৈছে ? 

উত্তৰ - মিনিতি গল্পটো ভৱেন্দ্ৰ নাথ শইকীয়াদেৱৰ ' বৃন্দাবন' নামৰ গল্প সংকলনৰ পৰা লোৱা হৈছে । 

3) মানুহৰ সাৰ বস্তু কি ? 

উত্তৰ - জ্ঞান । 

4) সমুদ্র মন্থন পাঠটি কাৰ ৰচনা । 

উত্তৰ - ত্ৰৈলোক্যনাথ গোস্বামী । 

5) ত্ৰৈলোক্যনাথ গোস্বামীৰ সাহিত্য সমালোচনামূলক গ্ৰন্থ এখনৰ নাম লিখা । 

উত্তৰ - নন্দন তত্ব ঃ প্ৰাচ্য আৰু পাশ্চাত্য । 

6) আজিৰ যুগত জ্ঞান সমুদ্ৰ মন্থন কৰিবলৈ কোন যত্নপৰা হৈছে ? 

উত্তৰ - মানব দেৱতা । 

7) মই দুখুনী গোটেই জীৱন আপোনাৰ নিকিনা গোলাম হৈ থাকিম - ইয়াৰ বক্তা কোন? কাক কৈছে, কিয় কৈছে। 

উত্তৰ - ৰমাকান্তৰ মাতৃৰ ঠিকনাৰে চিঠি লিখা নিমাতী হল ইয়াৰ বক্তা । ৰমাকান্তৰ গৰাকী অধ্যাপকজনে কৈছে। ৰমাকান্ত অধ্যাপকগৰাকীৰ ঘৰত সুখে-সন্তোষে কথা বুলি জানি এইদৰে কৈছে। 

8) ৰমাকান্তৰ প্ৰেমিকাৰ নাম কি? 

উত্তৰ - নিমাতী । 

9) বেদ কেইখন আৰু কি ? 

উত্তৰ - বেদ চাৰিখন - ঋক, যজু, সাম, আৰু অথৰ্ব। 

ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি? 

উত্তৰ - বেদ। 

10) কৰ্মযোগ কি? 

উত্তৰ - কৰ্ম কৰাৰ কৌশলেই ভগৱদগীতাত কৰ্মযোগ । 

11) দুখন উপনিষদৰ নাম লিখা ? 

উত্তৰ - তৈত্তিৰীয় উপনিষদ আৰু ঈশোপনিষদ 

12) পঞ্চপুষ্প পুথিখনৰ ৰচক কোন? 

উত্তৰ - তীৰ্থনাথ শৰ্মা । 

13) তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম কি? 

উত্তৰ - কামসেন্দুৰ



hs 2ndyear assamese book question answer ,hs second year assamese quetions answer 2020 ,hs second year question answer ,hs second year advance assamese  answer Two Asian Girls Carrying a Bucket


Previous Post Next Post